মিচিং সম্প্ৰদায়ৰ লোকবিশ্বাস অনুসৰি, খেতিয়কসকলে খেতি মাটিৰ বাবে হাবি-জংঘল কাটি জুই দিওঁতে কীট পতংগ, সাপ-বেং আদি জুইত পুৰি অজানিতে হত্যা কৰে আৰু হাল বাওঁতেও হাজাৰ হাজাৰ কেঁচু-কুমটি মাটিত লেটিয়াই অজানিতে হত্যা কৰে৷ গতিকে সেই হত্যাৰ অপৰাধত নিজকে অপৰাধী হিচাপে গণ্য কৰি মিচিং ৰাইজে মিলি প্ৰতিবছৰে পালন কৰে এই দবুৰ পূজা৷ এই পূজাত গাঁৱৰ ঘৰে ঘৰে আজেং সংগ্ৰহ কৰাৰ পিছত গাঁৱৰ আচুতীয়া ঠাইত বা নৈৰ পাৰত পূজাৰ মাংগলিক কাৰ্য সম্পন্ন কৰা হয়৷ দবুৰ পূজাত গাঁৱৰ অন্য ব্যক্তিৰ প্ৰবেশ নিষেধ কৰা হয৷ এই পূজাত থলচৰ ডাঙৰীয়া নামত এটা ৰঙা মতা কুকুৰা,স্বৰ্গ দেৱতাৰ নামত এটা বগা কুকুৰা, লক্ষ্মী দেৱীৰ নামত বগা মাইকী কুকুৰা,কাৰ্চিং কাৰ্তাকৰ নামত এটা পকৰা কুকুৰা আৰু আই বসুমতীৰ নামত মাইকী গাহৰি এটা বধ কৰি উৎসৰ্গা কৰাৰ লগতে গাঁৱৰ প্ৰতিটো পৰিয়ালৰ অপৰাধ দূৰ কৰাৰ বাবে অনা কুকুৰাবোৰ লোকবিশ্বাস অনুসৰি ৰাজহুৱাকৈ বধ কৰি উচৰ্গা কৰে দেৱ-দেৱীসকললৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধেমাজিত হাজাৰ হাজাৰ বিঘা কৃষি ভুমি পানীৰ তলত
ধেমাজিত হাজাৰ হাজাৰ বিঘা কৃষি ভুমি পানীৰ তলত
Easy 1000+ Calorie Mass Gainer shake recipe #shorts
Easy 1000+ Calorie Mass Gainer shake recipe #shorts
৩১ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰলৈ এছ জয়শংকৰ
নতুন দিল্লী, ২৯ আগষ্ট। অহা ৩১ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব...
Delhi Metro में लड़की ने लड़के को जड़े जबरदस्त थप्पड़, तमाशबीन बने रहे लोग, नया वीडियो हुआ वायरल
दिल्ली मेट्रो इन दिनों अपनी सेवाओं को लेकर कम और मेट्रो के अंदर होने वाली हरकतों की वीडियो को...