মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপৰ পোৰাবঙলাৰ দৃশ্য এইয়া । প্ৰতিবাদত নামিছিল আটছাৰ লগতে বগীঢলা চাহ বাগিচাৰ শ্ৰমিক ৰাইজ। ২০১৭ চনৰ পৰাই মালিক পক্ষই শ্ৰমিকক কৰা গুলীচালনা ঘটনাক কেন্দ্ৰ কৰি বন্ধ হৈ আছে বগিধলা চাহ বাগিচাখন । বহু প্ৰতিবাদ,বহু আলোচনাৰ পিছতো আজি পৰ্যন্ত শ্ৰমিকে ন্যায় নাপালে। খোল নাখালে চাহ বাগিচাখন । যাৰ ফলত হাহাকাৰ শ্ৰমিকৰ । নিৰুপাই চাহ শ্ৰমিক। ১৫ ছেপ্টেম্বৰৰ পৰা চাহ শ্ৰমিকে অবিৰত ভাৱে মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰিছে। আজি ৩৬ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ সাময়িক সমাপ্তি কৰে।মৰঙি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্মন্ত্ৰীলৈ এক দাবী পত্ৰ প্ৰেৰণ কৰে। দাবী সমূহ পূৰণ কৰি বাগিছা পুনৰ উজ্জীৱিত নকৰা পৰ্যন্ত চাহ শ্ৰমিকক লগত লৈ চাহ জনজাতি ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী চলাই নিব বুলি হুংকাৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મુડેઠાના ટોલ પ્લાઝા નજીક નેશનલ હાઈવે પર મસમોટા ખાડાઓ પડતા અકસ્માત થવાની ભિતી સેવાઇ રહી છે..
ડીસા તાલુકાના મુડેઠાના ટોલ પ્લાઝા નજીક જ નેશનલ હાઈવે 27 પર મસમોટા ખાડાઓ પડતા અકસ્માત થવાની ભિતી...
बालोतरा जिले में मन की बात कार्यक्रम का हुआ आयोजन ।
भारतीय जनता पार्टी जिला बालोतरा द्वारा बालोतरा जिले में सभी मंडल पर बूथ स्तर तक मन की बात के...
નાના આસોટા ગામે તારીખ 5 9 2022 ના જુંગીવારા વાચ્છરભાની જાતર નો મેળો યોજાશે
નાના આસોટા ગામે તારીખ 5 9 2022 ના જુંગીવારા વાચ્છરભાની જાતર નો મેળો યોજાશે
Breaking News: Global Agency ने भारत को दी गुड न्यूज, Top-10 में सबसे ऊपर भारत, चीन को पछाड़ेगा
Breaking News: Global Agency ने भारत को दी गुड न्यूज, Top-10 में सबसे ऊपर भारत, चीन को पछाड़ेगा