বিধায়ক চক্ৰধৰ গগৈয়ে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ CSR আঁচনিৰ দ্বাৰা ১৫ লাখ টকা ব্যয়েৰে খোৱাঙৰ হালধিবাৰী নগৰ থানৰ এটা অতিথিশালা আধাশিলা স্থাপন কৰাৰ লগতে অসম চৰকাৰৰ অ-নিৰ্দ্ধাৰিত পুঁজিৰ দ্বাৰা ১০ লাখ টকা ব্যয়েৰে দামুৰীখাটি বজাৰ ফিল্ডত এটা চাও চেঙ ৰেণৰ আধাশিলা স্থাপন কৰে । এই দুয়োটা আধাশিলা অনুষ্ঠান সম্পূৰ্ণ ধৰ্মীয় ৰীতিয়ে সমাপন কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: Amethi से टिकट मिलने पर आई KL Sharma की पहली प्रतिक्रिया
Lok Sabha Election 2024: Amethi से टिकट मिलने पर आई KL Sharma की पहली प्रतिक्रिया
ખેતીવાડી ઉત્પન્ન બજાર સમિતિ દ્વારા ખેડૂત શિબિર યોજાઇ.
ખંભાતમાં ખેતીવાડી ઉત્પન્ન બજાર સમિતિ દ્વારા ખેડૂત શિબિરનું આયોજન કરવામાં આવ્યું હતું જે પ્રસંગે...
Mahindra Thar Roxx ब्लैक एंड वाइट में होगी लॉन्च, वेंटिलेटेड सीट्स के साथ मिलेंगे कई फीचर्स
Mahindra Thar Roxx 15 अगस्त को लॉन्च होने जा रही है। लॉन्च से पहले इसका एक और टीजर सामने आया है।...