আকাশবাণী যোগে সম্প্ৰচাৰিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান "মন-কী-বাত" কাৰ্যসূচী আজি সোণাৰিতো সম্প্ৰচাৰ কৰা হয়। সোণাৰি সমষ্টিৰ অন্যান্য বুথৰ লগতে চৰাইদেউ জিলা বিজেপিৰ অন্তৰ্গত সোণাৰি নগৰ মণ্ডলৰ ৩৪ নং বুথতো আজি অনুষ্ঠিত হয় মন কী বাত কাৰ্যসূচী। সোণাৰি নগৰ মণ্ডলৰ ৩৪ নং বুথত অনুষ্ঠিত এই অনুষ্ঠানত সোণাৰি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ কমিছনাৰ ভাস্কৰ বৰুৱা উপস্থিত থাকি দলীয় কৰ্মীসকলৰ লগত অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বড়িচৌকা আঞ্চলিক ভাগৱত চক্ৰৰ ভাগৱত পাঠৰ সামৰণি
পাথৰিঘাটৰ সমীপৰ বড়িচৌকা আঞ্চলিক ভাগৱত পাঠ চক্ৰৰ সামৰণি পৰিছে ।
বড়িচৌকা আঞ্চলিক ভাগৱত চক্ৰৰ...
आपसी कहासुनी में दो दुकानदारों के बीच झगड़ा, एक दुकानदार ने दूसरे पर चाकू से किया वार,
कोटा शहर के आरकेपुरम थाना क्षेत्र के जीएडी सर्किल पर आपसी कहासुनी में दो दुकानदारों के बीच झगड़ा...
Arvind Kejriwal पर CBI ने क्या मांग लिया? AAP के नेता भड़क गए
Arvind Kejriwal पर CBI ने क्या मांग लिया? AAP के नेता भड़क गए
Targeting Belly Fat Is POSSIBLE?! (New Study)
Targeting Belly Fat Is POSSIBLE?! (New Study)
অইল ইণ্ডিয়াৰ CSR ফাণ্ডৰ দ্বাৰা নিৰ্মিত আইৰণ ফুট ব্ৰীজ দীপাৱলিৰ দিনাই শুভ উদ্বোধন কৰে বিধায়ক ৰূপেশ গোৱালাৰ
অইল ইণ্ডিয়াৰ CSR ফাণ্ডৰ দ্বাৰা নিৰ্মিত আইৰণ ফুট ব্ৰীজ দীপাৱলিৰ দিনাই শুভ উদ্বোধন কৰে বিধায়ক...