আকাশবাণী যোগে সম্প্ৰচাৰিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান "মন-কী-বাত" কাৰ্যসূচী আজি সোণাৰিতো সম্প্ৰচাৰ কৰা হয়। সোণাৰি সমষ্টিৰ অন্যান্য বুথৰ লগতে চৰাইদেউ জিলা বিজেপিৰ অন্তৰ্গত সোণাৰি নগৰ মণ্ডলৰ ৩৪ নং বুথতো আজি অনুষ্ঠিত হয় মন কী বাত কাৰ্যসূচী। সোণাৰি নগৰ মণ্ডলৰ ৩৪ নং বুথত অনুষ্ঠিত এই অনুষ্ঠানত সোণাৰি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ কমিছনাৰ ভাস্কৰ বৰুৱা উপস্থিত থাকি দলীয় কৰ্মীসকলৰ লগত অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সৰুপথাৰ সমষ্টিৰ ১নং হেৰহেৰী গাঁৱৰ সৌৰ শক্তি চালিত মৈধ্যম গভীৰতাৰ নলীনাদ জলসিঞ্চন আঁচনিৰ কাম চলি আছে
সৰুপথাৰ সমষ্টিৰ ১নং হেৰহেৰী গাঁৱৰ সৌৰ শক্তি চালিত মৈধ্যম গভীৰতাৰ নলীনাদ জলসিঞ্চন আঁচনিৰ কাম...
ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা টিৰঙ্গা সমদল,চিত্ৰাংকন প্ৰতিযোগিতা
চিলাপথাৰ,১৩ আগষ্টঃ
দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু হৰ ঘৰ টিৰঙ্গা কাৰ্যসূচীৰ অংশ...
विद्युत विभाग ने शिविर लगाकर लोगों को दी पीएम सूर्यघर योजना की जानकारी
कोटा. कनवास क्षेत्र में सौर ऊर्जा के उपयोग को बढ़ावा देने तथा उपभोक्ताओं को बिजली के बिलों से...
હાથબ પીપળીયા પુલ રોડ પરથી ગેરકાયદે રેતીનો પણો અને બેંટોનાઈટ ભરેલ 3 ટ્રકો ઝડપાયા
હાથબ પીપળીયા પુલ રોડ પરથી ગેરકાયદે રેતીનો પણો અને બેંટોનાઈટ ભરેલ 3 ટ્રકો ઝડપાયા
कुपवाड़ा में सुरक्षाबलों की आतंकियों के साथ मुठभेड़, एक आतंकी ढेर, 3 जवान घायल
जम्मू-कश्मीर के कुपवाड़ा जिले में सुरक्षाबलों और आतंकियों के बीच मुठभेड़ हुई है, जिसमें सेना के 3...