নুমলীগড়ত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । পূজাৰ বনাচৰ নাই আনন্দ উল্লাহ এখন চাহ বাগিচাৰ শ্ৰমিকৰ । বিপৰীতে চাহ বাগিচাৰ কণকণ শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ মহিলা সকলো ব্যস্ত প্ৰতিবাদত । হয় বগীধলা চাহ বাগিচাৰ মালিক পক্ষই ৫ বছৰ পূৰ্বে প্ৰাপ্য বিচাৰি যোৱা শ্ৰমিকক কৰা নিৰ্বিচাৰ গুলী চালনাত কেইবাজনো শ্ৰমিক আহত হৈছিল । যাৰবাবে চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল চাহ বাগিচা খন । চাহ বাগিচা খন পুনৰ সক্ৰিয় কৰাৰ দাবীত পূজাৰ বতৰটো প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক সকলে । অসম চাহ জনজাতী ছাত্ৰ সন্থাৰ উদ্যোগত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থান ধৰ্মঘট কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক সকলে । অতিশীৰ্ঘে চাহ বাগিচা খন সক্ৰিয় কৰি শ্ৰমিকৰ প্ৰাপ্য প্ৰদান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী হাতত লব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী শ্ৰমিক সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lal Krishna Advani को मिलेगा भारत रत्न, PM Modi ने क्या कहा?
Lal Krishna Advani को मिलेगा भारत रत्न, PM Modi ने क्या कहा?
સૌરાષ્ટ્ર યુનિવર્સિટી દ્રારા રન ફોર તિરંગા રેલી યોજાઈ
સૌરાષ્ટ્ર યુનિવર્સિટી દ્રારા આયોજીત સુરેન્દ્રનગર જિલ્લામાં રન ફોર તિરંગા રેલી સુરેન્દ્રનગર ખાતે...
হোজাইৰ মৰ্কজ একাডেমীৰ কাণ্ড। টিংখাঙত প্ৰতিক্ৰিয়া অব্যাহত। আৰক্ষী প্ৰশাসনক তৎকালীভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী মন্ত্ৰী বিমল বৰাৰ।
হোজাইৰ মৰ্কজ একাডেমীত এসপ্তাহৰ পূৰ্বে টিংখাঙৰ এজন মেধাৱী ছাত্র ৰহস্যজনক মৃত্যুৰ ঘটনাই এতিয়াও...
BREAKING NEWS: AAP नेता Manish Sisodia की Rouse Avenue District Court में पेशी | Aaj Tak News
BREAKING NEWS: AAP नेता Manish Sisodia की Rouse Avenue District Court में पेशी | Aaj Tak News
BJP ने Manish Sisodia को किया बदनाम क्या बोले Arvind Kejriwal? Aam Aadmi Party
BJP ने Manish Sisodia को किया बदनाम क्या बोले Arvind Kejriwal? Aam Aadmi Party