নুমলীগড়ত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । পূজাৰ বনাচৰ নাই আনন্দ উল্লাহ এখন চাহ বাগিচাৰ শ্ৰমিকৰ । বিপৰীতে চাহ বাগিচাৰ কণকণ শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ মহিলা সকলো ব্যস্ত প্ৰতিবাদত । হয় বগীধলা চাহ বাগিচাৰ মালিক পক্ষই ৫ বছৰ পূৰ্বে প্ৰাপ্য বিচাৰি যোৱা শ্ৰমিকক কৰা নিৰ্বিচাৰ গুলী চালনাত কেইবাজনো শ্ৰমিক আহত হৈছিল । যাৰবাবে চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল চাহ বাগিচা খন । চাহ বাগিচা খন পুনৰ সক্ৰিয় কৰাৰ দাবীত পূজাৰ বতৰটো প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক সকলে । অসম চাহ জনজাতী ছাত্ৰ সন্থাৰ উদ্যোগত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থান ধৰ্মঘট কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক সকলে । অতিশীৰ্ঘে চাহ বাগিচা খন সক্ৰিয় কৰি শ্ৰমিকৰ প্ৰাপ্য প্ৰদান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী হাতত লব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী শ্ৰমিক সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Full Bulletin | 27.08.2022 | Raftaar Marathi Media
Full Bulletin | 27.08.2022 | Raftaar Marathi Media
सुदर्शन सिंह तोमर ने संभाला अतिरिक्त जिला कलेक्टर बूंदी का पदभार
राजस्थान प्रशासनिक सेवा के 2011 बैच के आरएएस अधिकारी सुदर्शन सिंह तोमर ने रविवार को अतिरिक्त जिला...
फलों को भी खाने का होता है सही तरीका और समय, नहीं किया फॉलो तो हो सकती हैं बीमारियों का शिकार
फलों का सेवन सेहत के लिए बहुत ही फायदेमंद होता है। दिन में एक से दो सीजनल फल जरूर खाने चाहिए।...
ધારી:-ખાનગી વાહનચાલકની હડફેટે યુવાન, લોહીલુહાણ હાલતમાં આપી પ્રાથમિક સારવાર
ધારી:-ખાનગી વાહનચાલકની હડફેટે યુવાન, લોહીલુહાણ હાલતમાં આપી પ્રાથમિક સારવાર