জনজাতি কৰণৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে ছয় জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জ্বলিছে নৰেন্দ্ৰ মোডী আৰু হিমন্তবিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি। সমান্তৰাল কৈ মৰাণতো ব্যতিক্ৰম নহ'ল। আজি চুতীয়া যুৱ সন্মিলন অসম চৰাইদেউ জিলাসমিতিয়ে মৰাণৰ ট্ৰেফিক পইণ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু হিমন্তবিশ্ব।শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। লগতে এই প্ৰতিবাদৰ যোগেদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আগন্তুক লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি সকিয়নী প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मंत्री Gopal Rai से जानिए CM Arvind Kejriwal की गिरफ्तारी के विरोध में AAP का अगला प्लान क्या है?
मंत्री Gopal Rai से जानिए CM Arvind Kejriwal की गिरफ्तारी के विरोध में AAP का अगला प्लान क्या है?
પેટલાદમાં ચોરીના ત્રણ મોબાઇલ સાથે ઝડપાયો
પેટલાદ શહેર પોલીસે ચોરીના ત્રણ મોબાઈલ સાથે આકીબખાન પઠાણ નામના ઇસબને ઝડપી પાડ્યો હતો. પેટલાદ...
બનાસકાંઠા: નડાબેટ-સુઈગામ હાઇવે પર અતિભારે પવન સાથેના વરસાદ | Banaskantha News | Weather Update
બનાસકાંઠા: નડાબેટ-સુઈગામ હાઇવે પર અતિભારે પવન સાથેના વરસાદ | Banaskantha News | Weather Update
Asian Paints Q2 Results | कमजोर नतीजों से हाल बेहाल, 25% फिसल सकता है शेयर का भाव?
Asian Paints Q2 Results | कमजोर नतीजों से हाल बेहाल, 25% फिसल सकता है शेयर का भाव?
ગુજરાતની બે દિવસીય મુલાકાતે પધારેલા વડાપ્રધાન નરેન્દ્રભાઈ મોદીનું અમદાવાદ એરપોર્ટ ખાતે સ્વાગત કરવામા આવ્યું.
ગુજરાતની ધન્ય ધરા પર બે દિવસીય મુલાકાતે પધારેલા વડાપ્રધાન નરેન્દ્રભાઈ મોદીનું અમદાવાદ એરપોર્ટ...