সোণাৰিত আৰক্ষী আৰু যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ মাজত কিয় লাগিল টনা আজোৰা

সোণাৰিত বিদ্যুৎ মন্ত্রীৰ পুতলিকা দাহ

ৰাজ্যখনত বিদ্যুৎ গ্ৰাহকৰ মুৰত ৰামটাঙোন সোধাই বিদ্যুৎ বিল হঠাৎ বৃদ্ধি কৰাৰ প্ৰতিবাদত আজি AJYCP ৰ চৰাইদেউ জিলা সমিতিয়ে বিদ্যুৎ মন্ত্ৰীৰ পুতলিকা দাহ কৰে। বিদ্যুৎ মন্ত্ৰীৰ পুতলিকা দাহ কাৰ্যসূচী বাধা দিয়া আৰক্ষীৰ সৈতে AJYCP ৰ কৰ্মীৰ কিছু টনা আজোৰা হোৱা পৰিলক্ষিত হয়।