ধেমাজি,১৫ ছেপ্টেম্বৰ: আজি মৰিধল মহাবিদ্যালয় শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে মৰিধল মহাবিদ্যালয় অসমীয়া বিভাগ আৰু হিন্দী বিভাগৰ উদ্যোগত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি সেইয়ে ছাত্ৰী ছাত্ৰী সকলৰ মাজত আধ্যামিক ভাৱ জগাই তুলিবৰ বাবে.... গুৰুজনাৰ মহত্ত্ব প্ৰচাৰ কৰিব কাৰণে , ছাত্ৰী ছাত্ৰী সকলৰ মাজত দিহানাম প্ৰতিযোগিতা আয়োজন কৰাৰ উপৰিও শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত বিচিত্য ভাবে যাতে ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰে ... তেখেতৰ আদৰ্শ যাতে ছাত্ৰ ছাত্ৰী সকলে জানিব পাৰে তাৰ কাৰণেও মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰে। 

    মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে দিহানাম গাই আৰম্ভ কৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলেও জাতীয় সাঁজ পৰিধান কৰি আজিৰ অনুষ্ঠানটো উদযাপন কৰে।