চলিত বৰ্ষৰ জুন মাহতে বৰলীয়া নৈৰ মঠাউৰি চিঙি কামৰূপ আৰু নলবাৰী জিলাৰ এটা অঞ্চলৰ ৰাইজক সৰ্বশ্ৰান্ত কৰিছিল৷বাটপথ ভাঙি চিঙি বিভিষিকাময় পৰিবেশৰ সৃষ্টি কৰিছিল৷উক্ত বানৰ কবলত বৰপূল্লা আৰু পূৰ্নদৈচপৰাৰ মাজত এটি কালভাৰ্ট সম্পূৰ্ণ উটুৱাই নিয়াৰ লগতে মৰোৱা কমলপুৰ পথটো বিধস্ত কৰি প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি কৰিছিল৷বৰ্তমান উক্ত গাত সমূহ মৰণফান্দ হৈ আছে৷ইতিমধ্যে শাৰদীয় দুৰ্গাপূজা সমাগত৷দুৰ্গাপূজাত পথটিৰে অসংখ্য যানবাহনৰ চলাচল হয়৷তেনেস্থলত পথৰ বিপদসংকুল গাত সমূহ মাৰি যাতায়তৰ সুচল নকৰিলে বিপদৰ আশংকা কৰিছে ৰাইজে৷কাৰণ কামৰূপ আৰু নলবাৰী জিলাৰ উক্ত পথটোৱে হৈছে একমাত্ৰ যোগাযোগৰ মাধ্যম৷৷সেয়েহে পূজাৰ আগতে পথটো মেৰামতি কৰাৰ বাবে ৰাইজে দাবী কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರು ಉತ್ತರ ಲೋಕಸಭಾ ಕ್ಷೇತ್ರದಿಂದ ಸ್ವತಂತ್ರ ಅಭ್ಯರ್ಥಿಯಾಗಿ ದಿಲೀಪ್ ಕುಮಾರ್ ಅವರು ನಾಮಪತ್ರ ಸಲ್ಲಿಸಿದರು.
ಏಪ್ರಿಲ್ 4, 2024
ಬೆಂಗಳೂರು ಉತ್ತರ ಲೋಕಸಭಾ ಕ್ಷೇತ್ರದಿಂದ ಸ್ವತಂತ್ರ ಅಭ್ಯರ್ಥಿಯಾಗಿ ದಿಲೀಪ್ ಕುಮಾರ್ ಅವರು...
ભાભર ની શાળા નંબર 2 ના મેદાન માટે વાલીઓ મેદાન માં...
ભાભર ની શાળા નંબર 2 ના મેદાન માટે વાલીઓ મેદાન માં...
फिर आम जनता की आंखों में लाएगा आंसू प्याज ! भाव पहुंचे 50 से 60 रुपए प्रति किलो
महंगाई दिनों दिन बढ़ती जा रही है. कभी कुछ खाद्य पदार्थ सस्ते होते हैं तो वहीं दूसरी तरफ कुछ खाद्य...