আজি বালিপৰা উদমাৰি গাঁও পঞ্চায়তৰ অন্তর্গত বালিপৰা শংকৰদেৱ শিশু নিকেতনত বালিপৰা জিলা পৰিষদ শ্রীমৃনাল শইকীয়াই জিলা পৰিষদ টাইড পুজিঁৰ ৩ লাখ টকা ব্যয়ৰে শংকৰদেৱ শিশু নিকেতনত ছাত্র-ছাএীসকলৰ সুবিধাৰ্থে এটি উন্নত প্রস্রাৱগাৰৰ শুভাৰম্ভ কৰে। এই শুভাৰম্ভ অনুষ্ঠানত বিদালয়ৰ ছাত্র-ছাএী, শিক্ষাগুৰুসকলৰ লগতে উপস্থিত থাকে বালিপৰা অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Libya में बाढ़ से हज़ारों की मौत, कहर ऐसा कि नहीं मिल रही लाशों को दफ़नाने की जगह (BBC Hindi)
Libya में बाढ़ से हज़ारों की मौत, कहर ऐसा कि नहीं मिल रही लाशों को दफ़नाने की जगह (BBC Hindi)
যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড , যোৰহাটৰ কছাৰী পৰিয়া নামঘৰৰ কাষত সংঘটিত হৈছে এই ঘটনা
যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড , যোৰহাটৰ কছাৰী পৰিয়া নামঘৰৰ কাষত সংঘটিত হৈছে এই ঘটনা.কছাৰী পৰিয়া নামঘৰৰ...
ঔতলাৰ অকলিবাৰীত অসম চৰকাৰৰ ধান ক্ৰয় গৃহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন
∆ অহা ১২ডিচেম্বৰ,২০২২ সোমবাৰে ৰাতিপুৱা ৯:০০বজাত দৰং জিলাৰ ঔতলাৰ অকলিবাৰীত নতুনকৈ নিৰ্মাণ...
Copper ની કોયલ (સ્ક્રેપ) ચોરી ના ગુના નો ભેદ ઉકેલી 3 ઈસમો ને LCB એ શોધી કાઢ્યા
Copper ની કોયલ (સ્ક્રેપ) ચોરી ના ગુના નો ભેદ ઉકેલી 3 ઈસમો ને LCB એ શોધી કાઢ્યા