চলিত বৰ্ষৰ জুন মাহতে বৰলীয়া নৈৰ মঠাউৰি চিঙি কামৰূপ আৰু নলবাৰী জিলাৰ এটা অঞ্চলৰ ৰাইজক সৰ্বশ্ৰান্ত কৰিছিল৷বাটপথ ভাঙি চিঙি বিভিষিকাময় পৰিবেশৰ সৃষ্টি কৰিছিল৷উক্ত বানৰ কবলত বৰপূল্লা আৰু পূৰ্নদৈচপৰাৰ মাজত এটি কালভাৰ্ট সম্পূৰ্ণ উটুৱাই নিয়াৰ লগতে মৰোৱা কমলপুৰ পথটো বিধস্ত কৰি প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি কৰিছিল৷বৰ্তমান উক্ত গাত সমূহ মৰণফান্দ হৈ আছে৷ইতিমধ্যে শাৰদীয় দুৰ্গাপূজা সমাগত৷দুৰ্গাপূজাত পথটিৰে অসংখ্য যানবাহনৰ চলাচল হয়৷তেনেস্থলত পথৰ বিপদসংকুল গাত সমূহ মাৰি যাতায়তৰ সুচল নকৰিলে বিপদৰ আশংকা কৰিছে ৰাইজে৷কাৰণ কামৰূপ আৰু নলবাৰী জিলাৰ উক্ত পথটোৱে হৈছে একমাত্ৰ যোগাযোগৰ মাধ্যম৷৷সেয়েহে পূজাৰ আগতে পথটো মেৰামতি কৰাৰ বাবে ৰাইজে দাবী কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Income Tax SMS News | आपको भी आया IT से टैक्स जमा करने का SMS? | ITR | E-Filing | TAX | CNBC Awaaz
Income Tax SMS News | आपको भी आया IT से टैक्स जमा करने का SMS? | ITR | E-Filing | TAX | CNBC Awaaz
মৈৰাবাৰীত সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাক কামৰূপ জাফা(ম)ৰ অসম আৰক্ষীক গৰিহনা
আজিৰ খবৰ, গুৱাহাটী ,২৮ জুলাই, ২০২২ : আজি কিছুদিন পূৰ্বে মৈৰাবাৰীত সংঘটিত হৈছিল নিৰ্লজ্জ-জঘন্য এক...
মাজুলীৰ জলজীৱন আঁচনীৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক ভূৱন গামে
মাজুলীৰ জলজীৱন আঁচনীৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক ভূৱন গামে ! সমগ্ৰ অসমতে সাধাৰণ ৰাইজক এটুপি বিশুদ্ধ...
ડીસાની નવજીવન બી.એડ્. કોલેજમાં ચિત્રો બોલે છે: 100 ટકા મતદાન કરો
ડીસાની નવજીવન બી.એડ્. કોલેજમાં ચિત્રો બોલે છે: 100 ટકા મતદાન કરો