বানে বিধ্বস্ত কৰা দৰং বাসী ৰাইজৰ কাষত কামাখ্যা বাসী ৰাইজ। দৰঙৰ প্ৰায় 300 বান বিদ্ধস্ত ৰাইজক সাহায্য আগবঢ়ালে কামাখ্যা বাসী ৰাইজে সাংসদ দিলীপ শইকীয়াৰ মঙ্গলদৈস্থ বাসগৃহত বিতৰণ এই বান সাহাৰ্য্য। সাহাৰ্য্য সামগ্ৰীৰ একোটাকৈ টোপোলাটত তেওঁলোকে আগবঢ়াইছে এখন তুলি, এখন আঠুৱা, ৪ খনকৈ কাঁহী, এটা কেৰাহী, ৪টাকৈ গিলাচ, ফেনাইল এবটল, বলিছিং পাউদাৰ। ইয়াৰ উপৰিও কন কণ ছাত্র ছাত্ৰী সকলৰ মাজত লিখা পঢ়া আৰু খোৱা সামগ্ৰী আৰু পানীৰ বটল বিতৰণ কৰে। জিলা খনৰ বিভিন্ন প্ৰান্তৰ বান পীড়িত ৰাইজ সাহাৰ্য্য লবলৈ উপস্থিত হয় সাংসদ দিলীপ শইকীয়াৰ বাসগৃহত
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
স্বচ্ছ নিযুক্তিয়ে ৰাজ্যৰ প্ৰশাসনক শক্তিশালী কৰিবঃ মন্ত্ৰী যোগেন মহন
স্বচ্ছ নিযুক্তিয়ে ৰাজ্যৰ প্ৰশাসনক শক্তিশালী কৰিবঃ মন্ত্ৰী যোগেন মহন
पर्यावरण को संतुलित करने को लेकर प्लास्टिक को कहे ना-उपखंड अधिकारी कपड़े की थैली मेरी सहेली कार्यक्रम का किया आगाज
पर्यावरण को संतुलित करने को लेकर प्लास्टिक को कहे ना-उपखंड अधिकारी
कपड़े की थैली मेरी सहेली...
Reliance Power और Infra में तेजी जारी रहेगी?
Reliance Power और Infra में तेजी जारी रहेगी?
Honasa Consumer Shares Block Deal: Fireside Investments बेच सकती है आज ₹230 करोड़ के शेयर | News
Honasa Consumer Shares Block Deal: Fireside Investments बेच सकती है आज ₹230 करोड़ के शेयर | News
લુણાવાડા નગરમાં પાંચ પશુઓ લમ્પી વાયરસ
લુણાવાડા નગરમાં પાંચ પશુઓ લમ્પી વાયરસ