অহা ২৮ আগষ্ট তাৰিখে ৰেডিঅ’ যোগে প্ৰচাৰিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান “মন কী বাত” । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন মণ্ডলৰ লগতে বুথ সমূহতো গ্ৰহণ কৰা হ'ব বিশেষ কাৰ্যসূচী। সোণাৰি বিধান সভা সমষ্টিৰ বৰহাট মণ্ডল সমিতিৰ অন্তৰ্গত ২০১ নং বুথত উপস্থিত থাকিব সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। অনুষ্ঠানত দলীয় কাৰ্যৰ্কতা সকলেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तालाब में डूबने से 3 वर्षीय मासूम की मौत
तालाब में डूबने से 3 वर्षीय मासूम की मौत
मामला पवई थाना के ग्राम करही का
...
જય ગૌં માતા : પાટીદાર, ઠાકોર, માલધારી, અર્બુદા સેના દ્વારા વાયરલ breaking upadte આ વીડિયો ખાસ જોવો
જય ગૌં માતા : પાટીદાર, ઠાકોર, માલધારી, અર્બુદા સેના દ્વારા વાયરલ breaking upadte આ વીડિયો ખાસ જોવો
বালিপৰা আছুৱে চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত পৰিহাৰৰ দাবীত দহ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে
#baliparaaasu ৰ প্ৰতিবাদ। আজি বালিপৰাত আছুৱে ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত পৰিহাৰৰ দাবীত...
Top Stocks Now | आज इन Quick Singles के साथ बना लें अपना Portfolio Strong, इन Stocks में बनेगा पैसा?
Top Stocks Now | आज इन Quick Singles के साथ बना लें अपना Portfolio Strong, इन Stocks में बनेगा पैसा?
দূৰ্গা পূজা উদযাপনত কঠোৰ হ'ব এইবাৰ মৰাণৰ প্ৰশাসন, ডি.জে বজাব নোৱাৰিব পূজা সমিতিয়ে
সমাগত দূৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। দূৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতি...