মিছিং ভাষাত প্ৰকাশিত ত্ৰিমাসিক ই-আলোচনী 'জিলি' প্ৰতিবছৰে কৰা ছপা সংকলনখনৰ দ্বিতীয় সংখ্যা বুধবাৰে চিলাপথাৰত উন্মোচন কৰা হয় । চিলাপথাৰৰ আবুতানি অতিথিশালাত অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য সম্পাদক দেৱনন্দ পেগু আৰু সম্পাদক গোলাপ বড়িৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা আলোচনীখন উন্মোচন কৰে মিছিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি বসন্ত কুমাৰ দলে । মিছিং আগম কেবাঙৰ উপসভাপতি হৰিনাৰায়ন পেগুৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মিছিং আগম কেবাঙৰ প্ৰাক্তন সহকাৰী সম্পাদক খগেন পেগু, জিলিৰ উপদেষ্টা অমিলতা টায়ে মিলি, ই-আলোচনী 'সাহিত্যৰ ডেউকা' ৰ মুখ্য সম্পাদক মণ্টুৰাম টাইড, প্ৰাক্তন বেংক বিষয়া দিলীপ পেগু, মনোজ লাগাচু, ভগীৰথ মিলি, দিপ্তীৰাণী পেগু, সুভদ্ৰা পেগু, ঝৰ্ণা জিলি দলে, হাচনা মিপুনকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোকে অংশগ্ৰহণ কৰে । অনুষ্ঠানতেই জিলিৰ উদ্যোগত অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাৰ প্ৰথম স্থান প্ৰাপক ৰিয়ানা পাংগিং, দ্বিতীয় স্থান প্ৰাপক মায়ি পাংগিং আৰু যুটীয়াভাৱে তৃতীয় স্থান প্ৰাপক ঊষাৰাণী পেগু আৰু ভোগেন্দ্ৰ দলেক তেওঁলোকৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয় । বহুকেইগৰাকী শিল্পীৰ গীত, নৃত্য, কবিতাৰে জীপাল কৰি তোলে পৰিবেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वातंत्र्याच्या अमृत महोत्सव निमित्त पोलीस मुख्यालयातर्फे शस्र प्रदर्शन.
स्वातंत्र्याच्या अमृत महोत्सव निमित्त पोलीस मुख्यालयातर्फे शस्र प्रदर्शन.
ડીસા એપીએમસી માર્કેટ પાસે દરજી સમાજના સમુહલગ્ન મહોત્સવ ઉજવાયો 16 નવદંપતી એ પ્રભુતામાં પગલાં પાડ્યાં
ડીસા એપીએમસી માર્કેટ પાસે દરજી સમાજના સમુહલગ્ન મહોત્સવ ઉજવાયો 16 નવદંપતી એ પ્રભુતામાં પગલાં પાડ્યાં
सुल्तानपुर नगर में कल 2 घंटे बंद रहेगी बिजली
सुल्तानपुर. नगर में बस स्टैंड फ़ीडर पर 16जुलाई सुबह 9 बजे से 11 बजे तक बिजली बंद...
ऑटो रिक्षा मधून 110 लिटर हातभट्टी दारू जप्त
राज्य उत्पादन शुल्क विभागाच्या निरीक्षक अ विभागाने एमआयडीसी पोलीस स्टेशनच्या हद्दीतील स्वागत नगर...
ખંભાતના કતકપુર ત્રણ ઓરડી વિસ્તારમાં ત્રણ પશુઓને વીજ કરંટ લાગતા એક પશુનું મોત.
ખંભાત શહેરમાં વીજ કરંટ લાગવાથી મોતની ઘટનાઓ સામે આવી રહી છે.એક અઠવાડિયા પૂર્વે ખંભાતના કતકપુરના...