চৰাইদেউ জিলাৰ কৃষি বিভাগৰ অন্তৰ্গত নিমনাগড় কৃষি চক্ৰৰ অধীনত চুলাধৰা খনিকৰ গাঁও আৰু চুমনি গাঁৱত কৃষকৰ শালি ধানৰ খেতিত শুৰ পোক লগাৰ খবৰ লাভ কৰাৰ পাছতে জিলা কৃষি বিভাগৰ তৰফৰ পৰা তাৎক্ষনিকভাৱে খেতিৰ মাটিত দৰৱ ছটিয়াই প্ৰতিৰোধৰ ব্যৱস্থা কৰা হয়। কৃষকৰ ফচল যাতে নষ্ট নহয় তাৰ বাবে জিলা কৃষি বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। জিলাখনৰ কৃষক ৰাইজে যদিহে কৃষি ক্ষেত্ৰত এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে অতি সোনকালে জিলা কৃষি বিভাগ, কৃষি উন্নয়ন বিষয়া অথবা স্থানীয় কৃষি সম্প্ৰসাণৰ সহায়কৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬಿಬಿಎಂಪಿಯಲ್ಲಿನ ಕೆಲವು ನೌಕರರು ನನ್ನ ತೇಜೊವಧೆಗೆ ಪ್ರಯತ್ನಿಸುತ್ತಿದ್ದಾರೆ ಎಂದು ಆರೋಗ್ಯಾಧಿಕಾರಿಯಾದ ಡಾ. ಸವಿತಾ ಅವರು ಆರೋಪಿಸಿದರು.
ಅಕ್ಟೋಬರ್ 9, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು ಬಿಬಿಎಂಪಿ ಆರೋಗ್ಯಾಧಿಕಾರಿಯಾದ ಡಾ. ಸವಿತಾ ಅವರು...
Loksabha Election 2024: इलेक्शन के मौके पर इन 2 Stocks में निवेश से क्यों आपको फायदा?
Loksabha Election 2024: इलेक्शन के मौके पर इन 2 Stocks में निवेश से क्यों आपको फायदा?
गाड़ी के इंजन को मेंटेन रखने के लिए करें ये काम, बीच रास्ते में नहीं मिलेगा धोखा
गाड़ी के इंजन का ख्याल रखने के लिए आपको नियमित रूप से उसकी सर्विसिंग करवानी पड़ेगी। इसके अलावा...
ওৰাঙত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
টংলা, যোৱা দুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অসমৰ পাঁচ জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ...