চৰাইদেউ জিলাৰ কৃষি বিভাগৰ অন্তৰ্গত নিমনাগড় কৃষি চক্ৰৰ অধীনত চুলাধৰা খনিকৰ গাঁও আৰু চুমনি গাঁৱত কৃষকৰ শালি ধানৰ খেতিত শুৰ পোক লগাৰ খবৰ লাভ কৰাৰ পাছতে জিলা কৃষি বিভাগৰ তৰফৰ পৰা তাৎক্ষনিকভাৱে খেতিৰ মাটিত দৰৱ ছটিয়াই প্ৰতিৰোধৰ ব্যৱস্থা কৰা হয়। কৃষকৰ ফচল যাতে নষ্ট নহয় তাৰ বাবে জিলা কৃষি বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। জিলাখনৰ কৃষক ৰাইজে যদিহে কৃষি ক্ষেত্ৰত এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে অতি সোনকালে জিলা কৃষি বিভাগ, কৃষি উন্নয়ন বিষয়া অথবা স্থানীয় কৃষি সম্প্ৰসাণৰ সহায়কৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাপৰমুখত শিখ যুব ক্ৰিকেট লীগ।বিজয়ী বৰকলা (B)
ৰহাৰ চাপৰমুখ ত আজি চাপৰমুখ শিখ যুব সংঘৰ দ্বাৰা অনুষ্ঠিত শিখ যুব ক্ৰিকেট লীগত চাপৰমুখ, বৰকলা...
Israel Hezbollah war: इसराइल के इस शहर पर क्यों मंडरा रहा है ख़तरा? (BBC Hindi)
Israel Hezbollah war: इसराइल के इस शहर पर क्यों मंडरा रहा है ख़तरा? (BBC Hindi)
Rashmi Thackeray, Eknath Shinde यांच्या बालेकिल्ल्यात टेंभीनाक्याच्या देवीसमोर भावूक| Anand Dighe
Rashmi Thackeray, Eknath Shinde यांच्या बालेकिल्ल्यात टेंभीनाक्याच्या देवीसमोर भावूक| Anand Dighe
સુલ્તાનપુરા ગામના 15 વર્ષીય યુવાને આગમ્ય કારણોસર ઝેરી દવા પીધી
સુલ્તાનપુરા ગામના 15 વર્ષીય યુવાને આગમ્ય કારણોસર ઝેરી દવા પીધી
મળતી માહિતી અનુસાર ગરૂડેશ્વર...
বঙাইগাঁও টাউন (উত্তৰ) মণ্ডলৰ বুথ সভাত অংশগ্ৰহণ কৰে বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা
বঙাইগাঁও জিলাৰ অন্তৰ্গত বঙাইগাঁও টাউন (উত্তৰ) মণ্ডলৰ এখন বুথ সভাত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা...