শোনিতপুৰৰ বালিপৰাত পুনৰ নকল সোনসহ দুজনক গ্ৰেপ্তাৰ।চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰাৰ বামগাওঁ চাহ বাগিছাৰ পৰা আটক কৰে এখন সোনৰ ভূৱা নাওঁসহ দুজন প্ৰৱঞ্চকক । নিশা চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই আটক কৰে এই প্ৰৱঞ্চকেইজনক। আভিযান কালত প্ৰায় ১.৮২ কেজি ওজনৰ এখন সোনৰ নাওঁ দুটা মবাইল ফোন জব্দ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে। আটকাধীন প্ৰৱঞ্চক দুজন অকাবস্তি বঙালী গাওঁৰ মজিবুৰ ৰহমান আৰু গুদামঘাট মিৰি গাওঁৰ মহম্মদ আলি বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জব্দকৃত সোনৰ মূল্য প্ৰায় ৭৫ লাখ টকা হব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CBI names Congress' Jagdish Tytler in fresh chargesheet in 1984 riots case
CBI, last month, collected Tytler's voice samples in relation with the violence in Delhi's...
અમદાવાદઃ આજ રોજ sabarmati to dandi સુધી સાયકલ રેલી યોજાઇ,
અમદાવાદઃ આજ રોજ sabarmati to dandi સુધી સાયકલ રેલી યોજાઇ,
WTC final 2023: Team India की तैयारियों पर Axar patel ने डाली रोशनी, खिलाड़ियों के लिए यह होगी बड़ी चुनौती
भारत 7 से 11 जून तक लंदन के द ओवल स्टेडियम में डब्ल्यूटीसी फाइनल के दौरान ऑस्ट्रेलिया से भिड़ेगा।...
Diabetes: क्यों होता है फास्टिंग शुगर हाई ,अगर आप भी हैं इससे परेशान तो सोने से पहले करें ये जरूरी काम
Diabetes एक लाइलाज बीमारी है जो किसी को भी अपना शिकार बना सकती है। इसकी वजह से कई समस्याओं का...