দীৰ্ঘদিন ধৰি জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবী জনায় অহাৰ পাছতো অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটছা চৰাইদেউ জিলা সমিতিয়ে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে। এই সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মানৱ বাক্তিয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি অসমৰ ছয় জনগোষ্ঠীয় দল-সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও শেহতীয়াকৈ অসমৰ এটাও জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যদা লাভ নকৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कल कोटा में होगा जंगी प्रदर्शन,प्रहलाद गुंजल के घर पर हुई अहम बैठक
कल कोटा में होगा जंगी प्रदर्शन,प्रहलाद गुंजल के घर पर हुई अहम बैठक
कल कोटा मुख्यालय पर कांग्रेस...
মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কি ক’লে!
৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে...
ડીસામાં પાંચ દિવસથી ફરાર વરલી મટકાનો કિંગ રાજુ મોદી આખરે પોલીસ ના હાથે ઝડપાયો
ડીસામાં પાંચ દિવસથી ફરાર વરલી મટકાનો કિંગ રાજુ મોદી આખરે પોલીસ ના હાથે ઝડપાયો
ડીસા નજીક પલટેલી સ્કોર્પિયો ગાડીમાં પોષડોડા જથ્થો પોલીસે જપ્ત કર્યો
ડીસા બનાસ નદીના પુલ નજીક શનિવારે સાંજે સ્કોર્પિયોના ચાલકે કારને ટક્કર મારી હતી. અકસ્માતમાં ગાડી...