নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ 'পিপল টু পিপল মিট'ত অংশগ্ৰহণ ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ। থাইলেণ্ডৰ বেংককত NorthEast India Festival ৰ লগত সংগতি ৰাখি ভাৰতীয় দূতাবাসে আজি আয়োজন কৰা পিপল টু পিপল এক্সচেঞ্জ মিটত উপস্থিত থাকে মন্ত্ৰী গৰাকী । ইয়াত ভাৰতৰ উত্তৰ-পূবক দক্ষিণ পূব এছিয়াৰ সৈতে সংযোগ কৰাৰ বিষয়ত আলোচনা কৰা হয় লগতে বিশেষকৈ আমাৰ ইতিহাস আৰু টাই ঐতিহ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় বুলি জানিবলৈ দিছে মন্ত্ৰী যোগেন মহনে। উল্লেখ্য যে এই কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ জনপ্ৰতিনিধি, প্ৰশাসনিক বিষয়া তথা সাংস্কৃতিক কৰ্মীৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও অংশগ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক ফুটবল প্ৰতিযোগিতা উপলক্ষে পৰিবেশ সুৰক্ষা সমিতিৰ গছপুলি ৰোপণ
মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক ফুটবল প্ৰতিযোগিতা উপলক্ষে পৰিবেশ সুৰক্ষা...
પાલીતાણા અનુ.જાતિ આગેવાન દ્વારા રાજસ્થાનની ઘટનાને લઈને પ્રતિક્રિયા આપી
પાલીતાણા અનુ.જાતિ આગેવાન દ્વારા રાજસ્થાનની ઘટનાને લઈને પ્રતિક્રિયા આપી
निमगाव म्हाळुंगी येथे दिवाळीचा 'एक दिवा सैनिकांसाठी'
निमगाव म्हाळुंगी येथे दिवाळीचा 'एक दिवा सैनिकांसाठी'
आकाश भोरडे
तळेगाव ढमढेरे,...
Parliament: सहारा समूह के जमाकर्ताओं को अब तक दिए गए 362 करोड़, अमित शाह बोले- कागज रहित है पूरी प्रक्रिया
नई दिल्ली। सहकारिता मंत्री अमित शाह ने बुधवार को संसद को बताया कि इस साल 16 जुलाई तक सहारा...
जिसको IAS होने का गुमान था,कोर्ट में क्यों जोड़ने लगी हाथ ? फैसले पर हर कोई कहेगा न्यायालय में दम है
जज साहब मैं IAS हूं, मुझे जेल नहीं जाना है, लेकिन जज ने सुना दिया बड़ा फैसला ! B चंद्रकला से भी...