নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ 'পিপল টু পিপল মিট'ত অংশগ্ৰহণ ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ। থাইলেণ্ডৰ বেংককত NorthEast India Festival ৰ লগত সংগতি ৰাখি ভাৰতীয় দূতাবাসে আজি আয়োজন কৰা পিপল টু পিপল এক্সচেঞ্জ মিটত উপস্থিত থাকে মন্ত্ৰী গৰাকী । ইয়াত ভাৰতৰ উত্তৰ-পূবক দক্ষিণ পূব এছিয়াৰ সৈতে সংযোগ কৰাৰ বিষয়ত আলোচনা কৰা হয় লগতে বিশেষকৈ আমাৰ ইতিহাস আৰু টাই ঐতিহ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় বুলি জানিবলৈ দিছে মন্ত্ৰী যোগেন মহনে। উল্লেখ্য যে এই কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ জনপ্ৰতিনিধি, প্ৰশাসনিক বিষয়া তথা সাংস্কৃতিক কৰ্মীৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও অংশগ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Weather Updates: आधे हिंदुस्तान में भारी बारिश की चेतावनी, 21 राज्यों में अलर्ट जारी | Hindi News
Weather Updates Delhi NCR Mumbai Heavy Rain Alert: आधे हिंदुस्तान में इन दिनों बादलों ने डेरा डाल...
જાફરાબાદ ના કોસ્ટલ બેલ્ટ વિસ્તારમાં વરસાદી ઝાપટા જુઓ લાઇવ વિડીયો માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
જાફરાબાદ ના કોસ્ટલ બેલ્ટ વિસ્તારમાં વરસાદી ઝાપટા જુઓ લાઇવ વિડીયો માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
नाराज पत्रकारों ने एडिशनल एसपी के खिलाफ कड़ी कार्रवाई की मांग की ||
नाराज पत्रकारों ने एडिशनल एसपी के खिलाफ कड़ी कार्रवाई की मांग की ||
ಬೆಂಗಳೂರಿನ ಬ್ಯಾಟರಾಯನಪುರದಲ್ಲಿ 'ವಿಶ್ವ ಪರಿಸರ ದಿನಾಚರಣೆ' ಕಾರ್ಯಕ್ರಮ ಹಮ್ಮಿಕೊಳ್ಳಲಾಗಿತ್ತು.
ಬೆಂಗಳೂರಿನ ಬ್ಯಾಟರಾಯನಪುರದಲ್ಲಿ 'ವಿಶ್ವ ಪರಿಸರ ದಿನಾಚರಣೆ' ಕಾರ್ಯಕ್ರಮ ಹಮ್ಮಿಕೊಳ್ಳಲಾಗಿತ್ತು. ಈ ಸಂದರ್ಭದಲ್ಲಿ...