টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাণাৰঞ্জন গগৈক আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনটোৰ পৰা বহিষ্কাৰ কৰিছে৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তি যোগে ‘টাইপা’ৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, কাৰ্যকৰী সভাপতি অনন্ত ফুকন আৰু সাধাৰণ সম্পাদক ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁয়ে এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে৷ উল্লেখ্য যে, ৰাণাৰঞ্জন গগৈৰ বিৰুদ্ধে অসাংবিধানিক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ ইতিপূৰ্বে উত্থাপন হৈছিল৷ ফলত যোৱা ৩ জুলাইৰ পৰা তেখেতক বাধ্যতামূলক অব্যাহতি দিয়া হৈছিল৷ কিন্তু ৰাণাৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা প্ৰমাণিত হোৱাত কৰ্ণধাৰ সমিতিৰ বৈঠকে ‘টাইপা’ৰ প্ৰাথমিক সদস্য পদৰ পৰা আজি বহিষ্কাৰ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लातुरात कोटा पॅटर्नची एन्ट्री, ऍलन इन्स्टिटयूटचा शुभारंभ
लातुरात कोटा पॅटर्नची एन्ट्री, ऍलन इन्स्टिटयूटचा शुभारंभ @sknewslatur6968
AKOLA । गोरक्षकांच्या मदतीने कत्तलीला जाणाऱ्या गोवंशाची पोलिसांकडून सुटका*
AKOLA । गोरक्षकांच्या मदतीने कत्तलीला जाणाऱ्या गोवंशाची पोलिसांकडून सुटका*
મુંબઇની આલીશાન હોટલમાં સિદ્ધાર્થ-કિયારાનું રિસેપ્શન #sidharthkiarawedding
મુંબઇની આલીશાન હોટલમાં સિદ્ધાર્થ-કિયારાનું રિસેપ્શન #sidharthkiarawedding
બગસરા ખાતે આમ આદમી પાર્ટી દ્વારા ધરણા
બગસરા ખાતે આમ આદમી પાર્ટી દ્વારા ધરણા