ঢকুৱাখনাত কংগ্ৰেছ-গণশক্তিৰ শতাধিক কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন #
ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত পূৱ-ঢকুৱাখনা গাঁও পঞ্চায়তৰ বেথাৰাম পেগু মেমৰিয়েল এম ই স্কুলৰ প্ৰাংগনত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত মিত্ৰজোঁট পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ কৰ্মৰাজীৰ প্ৰতি আকৃষ্ট হৈ দুই শতাধিক প্ৰাক্তন গণশক্তি-কংগ্ৰেছ আৰু অন্যান্য দলৰ লগতে বহু কেইগৰাকী যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাবে যোগদান কৰে৷ ক্ৰমে জৱাহৰলাল দলে,গংগাপ্ৰসাদ বিশ্বকৰ্মা,টংৰাম পেগু,হেমেশ্বৰ পেগু,পূৰ্ণিমা পেগু,চুনচুমি দলে,মেধি দলে,মাধৱী দলে,কৰবী পেগু,দুৰ্গেশ্বৰ পেগু,অমিয় পেগু,ৰাণী মিলি,গনেশ চুংক্ৰাং,মনিচা মিলি,অম্বেশ্বৰ মিলি,সোনাবত্তী মিলি,ৰেবতী মিলি,ভাগ্যৱতী মিলি,বলিন মিলি,ফুলেশ্বৰী মিলি,তৰাফুল মিলি,ৰঞ্জিত মিলি,কমলী মিলি,দিলীপ মিলি,নেমেল কুলি,মনিকা কুলি,মাইনা কুলি,স্বপ্না কুলি,মাইনা কাৰ্দং,মন্দিৰা মিলি,পদ্মকুমাৰী মিলি,পূৰ্ণিমা কাৰ্দং,ৰূপা মিলি,দেৱজিৎ দলে,বনিতা চুংক্ৰাং,নিজৰা দলে,মীনা পেগু, শিল্পা পেগু,মনিকা পেগু,কুৱৰি পেগু,নীলমণি পেগু,ববীলাল কুমাল,লালবাসাদুৰ কুমাল,মোহন কুমাল,লক্ষীমাই মিলি,জোনালী মিলি,জয়া লাগাচু,কালোৰাম কুমাল,পদুমী কুমাল,নিৰুমায়া কুমাল,ৰামবাসাদুৰ কুমাল,ৰোহিতেশ্বৰ দলে,দুৰ্গেশ্বৰ টাৱ,জোনালী টাৱ,দিপিকা দলে,মণিকান্ত দলে,চিংকল দলে, লক্ষীমাই মিলি,ৰাজকুমাৰ দলে,কমলা দলে,মনিকা পেগু,পল্লবী পেগু,ইন্দিৰা চুংক্ৰাং,গংগাধৰ কুমাল আদিকে কৰি বহুসংখ্যক লোকে যোগদান কৰে৷
ঢকুৱাখনা জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্ব হোৱা সভাত উপস্থিত থাকে ঢকুৱাখনা জিলা মণ্ডল সভাপতি সুনীল দলে,যুৱ মৰ্চাৰ সভাপতি বৃকুদৰ দাস, এচ টি মৰ্চাৰ সাধাৰণ সম্পাদক বিজয় পেগু, ঢকুৱাখনা জিলা মণ্ডল সাধাৰণ সম্পাদক বনশ্যাম গগৈ, ৰাজেশ দলে,অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক দেৱানন্দ কুলি ,যুৱ মৰ্চাৰ সম্পাদক মিগম পেগু,সুবাদ মিলি,লক্ষীকান্ত পেগু,যুৱ মৰ্চাৰ সদস্য ভাইটি টাইদৰ উপস্থিতিত
মুঠ ২০০ টাৰো অধিক কৰ্মীৰে যোগদান কাৰ্য্য সমাপন কৰে৷যোগদান কৰা প্ৰতিগৰাকী লোকক জিলা সভাপতি প্ৰদীপ চমুৱাই শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিগৰাকী কৰ্মীয়ে কৰ্মনিষ্ঠা,সততা আৰু সামাজিক মূল্যবাধৰে নিজ নিজ দায়িত্ব পালন কৰি ভাৰতীয় জনতা দলত উদ্ভাসিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে৷