নুমলীগড়ৰ এদল মহিলাৰ ব্যতিক্ৰমী প্ৰয়াস । ঘৰুৱা কামৰ মাজতে পুনঃপ্ৰথম বাৰৰ বাবে আয়োজন কৰিছে মহিলা ভাওনা । কোনোবা যদি হৈছে ৰজা হৰিচন্দ্ৰ আন কোনোবা হৈছে আকৌ ঋষি বিশ্ৰামিত্ৰ । ভাওনা ৰ সংলাপেৰে কঁপাই তুলিছে চৌপাশ । এই দৃশ্য দৈগ্ৰোঙ নাট্যমন্দিৰৰ । দৈগ্ৰোঙ অঞ্চলৰ এই সকল মহিলাই দিনে নিশাই ব্যস্ত ভাওনাৰ আখৰাত । বিশ্বকৰ্মা পূজাৰ দিনা এই সকল মহিলাই মঞ্চস্থ কৰিব এখনি মহাপুৰুষীয়া নাট ' হৰিচন্দ্ৰ উপাখ্যান' । যাৰ বাবে এতিয়া দিনে নিশাই ঘৰুৱা কাম এৰি ওলাই আহিছে ভাওনাৰ আখৰা কৰিবলৈ । পুৰুষৰ সমানে সমানে ভাওনাত অভিনয় কৰাৰ লগতে গুৰু জনাৰ সৃষ্টি ৰাজি সমাজত জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে এই সকল মহিলাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Maharashtra Cabinet Expansion : मंत्रिमंडळात कुणाकुणाला स्थान? संभाव्य यादी माझाच्या हाती
Maharashtra Cabinet Expansion : मंत्रिमंडळात कुणाकुणाला स्थान? संभाव्य यादी माझाच्या हाती
Today's Trending Stocks: जानें आज किन Stocks में निवेशकों की हुई जमकर कमाई और कहां लगी निराशा हाथ?
Today's Trending Stocks: जानें आज किन Stocks में निवेशकों की हुई जमकर कमाई और कहां लगी निराशा हाथ?
कोटा में लेप्रोस्कोपि सर्जरी की दो दिवसीय कार्यशाला आयोजित
कोटा में लेप्रोस्कोपि सर्जरी की दो दिवसीय कार्यशाला आयोजित
આણંદ ખાતે Modi @20, DREAMS, MEET, DELIVERY" પુસ્તક પર ખાસ વ્યાખ્યાનનું આયોજન કરવામાં આવ્યુ હતુ
આણંદ ખાતે Modi @20, DREAMS, MEET, DELIVERY" પુસ્તક પર ખાસ વ્યાખ્યાનનું આયોજન કરવામાં આવ્યુ હતુ
থানাই চাহ বাগিছা শ্ৰমিক গোটে বিলঙনি স্থিতিত অইল খাদৰ পৰিচালকক সামাজিক উন্নয়নৰ দাবীত চৰম পত্ৰ প্ৰদান
থানাই চাহ বাগিছা শ্ৰমিক গোটে বিলঙনি স্থিতিত অইল খাদৰ পৰিচালকক সামাজিক উন্নয়নৰ দাবীত চৰম পত্ৰ প্ৰদান