মঙলদৈ মহৰ্ষি বিদ্যামন্দিত শিক্ষক দিৱসৰ দিনা গুৰু পূজন ৷কেইবাজনো বিশিষ্ট শিক্ষাবিদৰ ধুৱালে চৰণ, ললে আশিৰ্বাদ ৷শিক্ষক দিৱসৰ দিনা প্ৰতি খন বিদ্যালয় মহাবিদ্যালয়ত পালন কৰে শিক্ষক দিৱস ৷ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোতে সমগ্ৰ ভাৰততে এই গৰাকী মহান শিক্ষক, দাৰ্শনিক, কুতনীতিবিদৰ আদৰ্শ জীয়াই ৰাখিবলৈ পালন কৰা হয় শিক্ষক দিৱস হিচাপে ৷মঙলদৈ মহৰ্ষি বিদ্যামন্দিৰত আয়োজন কৰিলে গুৰু পূজন ৷ দৰং জিলাৰ প্ৰাক্তন শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষকক চৰণ ধুৱাই ললে আশিৰ্বাদ ৷মঙলদৈ মহৰ্ষি বিদ্যামন্দিৰৰ ছাত্ৰছাত্ৰী সকলৰ মনত গুৰু ভক্তি জাগ্ৰত কৰিবলৈ এনে ধৰণৰ অনুষ্ঠান আয়োজন কৰা বুলি জানিব দিলে বিদ্যালয় খনৰ অধক্ষ্য হেমন্ত পায়েঙে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kiran Chaudhary ने Vidhansabha से दिया इस्तीफा, क्या Rajyasabha में भेजेगी BJP? | Gian Chand Gupta
Kiran Chaudhary ने Vidhansabha से दिया इस्तीफा, क्या Rajyasabha में भेजेगी BJP? | Gian Chand Gupta
বহিঃৰাজ্যত বিহু বিকৃত কৰণকাৰ্যক লৈ অসম চেঞ্চৰ বৰ্ড গঠনৰ মৰাণত আহ্বান জনালে বিহুসুৰক্ষা সমিতিৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ গগৈয়ে।
বহিঃৰাজ্যত বিহু বিকৃত কৰণকাৰ্যক লৈ অসম চৰকাৰক চেঞ্চৰ বৰ্ড গঠনৰ আহ্বান, লগতে বিশ্বৰেকৰ্ডৰ...
AMBAJI | અંબાજી નજીક ગબ્બર ખાતે આગ લાગવાની ઘટના બની
AMBAJI | અંબાજી નજીક ગબ્બર ખાતે આગ લાગવાની ઘટના બની
US Market In Trouble LIVE Check|US Inflation के आंकड़ों ने क्यों बिगाड़ा मूड?आज के लिए क्यों ये संकेत?
US Market In Trouble LIVE Check|US Inflation के आंकड़ों ने क्यों बिगाड़ा मूड?आज के लिए क्यों ये संकेत?
ખેડા : મહુધામાં ''ગુજરાત ગૌરવ યાત્રા'' નું ભવ્ય સ્વાગત કરાયું 2022 | Spark Today News Vadodara
ખેડા : મહુધામાં ''ગુજરાત ગૌરવ યાત્રા'' નું ભવ્ય સ્વાગત કરાયું 2022 | Spark Today News Vadodara