নুমলীগড়ৰ এদল মহিলাৰ ব্যতিক্ৰমী প্ৰয়াস । ঘৰুৱা কামৰ মাজতে পুনঃপ্ৰথম বাৰৰ বাবে আয়োজন কৰিছে মহিলা ভাওনা । কোনোবা যদি হৈছে ৰজা হৰিচন্দ্ৰ আন কোনোবা হৈছে আকৌ ঋষি বিশ্ৰামিত্ৰ । ভাওনা ৰ সংলাপেৰে কঁপাই তুলিছে চৌপাশ । এই দৃশ্য দৈগ্ৰোঙ নাট্যমন্দিৰৰ । দৈগ্ৰোঙ অঞ্চলৰ এই সকল মহিলাই দিনে নিশাই ব্যস্ত ভাওনাৰ আখৰাত । বিশ্বকৰ্মা পূজাৰ দিনা এই সকল মহিলাই মঞ্চস্থ কৰিব এখনি মহাপুৰুষীয়া নাট ' হৰিচন্দ্ৰ উপাখ্যান' । যাৰ বাবে এতিয়া দিনে নিশাই ঘৰুৱা কাম এৰি ওলাই আহিছে ভাওনাৰ আখৰা কৰিবলৈ । পুৰুষৰ সমানে সমানে ভাওনাত অভিনয় কৰাৰ লগতে গুৰু জনাৰ সৃষ্টি ৰাজি সমাজত জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে এই সকল মহিলাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા શહેર માં આમ આદમી પાર્ટી દ્વારા નવા વર્ષની અનોખી રીતે ઉજવણી કરવામાં આવી
ડીસા શહેર માં આમ આદમી પાર્ટી દ્વારા નવા વર્ષની અનોખી રીતે ઉજવણી કરવામાં આવી
मणिपुर में सुरक्षा बलों को बड़ी कामयाबी, इम्फाल और कांगपोकपी में हथियारों का बड़ा जखीरा जब्त
Manipur Violence मणिपुर में अभी तक हिंसा का दौर जारी है। हिंसा की छिटपुट घटनाओं के बीच...
RANAVAV રાણાવાવ શહેરમાં આધેડે ગળાફાંસો ખાઈ આપઘાત કર્યો 03 11 2022
RANAVAV રાણાવાવ શહેરમાં આધેડે ગળાફાંસો ખાઈ આપઘાત કર્યો 03 11 2022