# এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লফিকুল ইছলাম আহমেদৰ স্মৃতিত পঞ্চম " ছাত্ৰ সংহতি" দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি।

 সদৌ বি.টি.চি.সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ভেৰগাঁও জিলা সমিতি আৰু ৰাণীপুখুৰী আঞ্চলিক সমিতিৰ সহযোগত অহা ইংৰাজী 1আগষ্ট সুমবাৰে এইবেলি দৰং উদালগুৰি সীমান্ত ৰাণীপুখুৰী এম ই স্কুল প্ৰাঙ্গনত এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লফিকুল ইছলাম আহমেদৰ স্মৃতিত পঞ্চম " ছাত্ৰ সংহতি" দিৱস পালন কৰিব ওলাইছে