বৃহস্পতিবাৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক নেতা মনোজ ধানোৱাৰৰ নেতৃত্বত মৰাণত "গাঁৱলৈ যাত্ৰা"কাৰ্য্যসূচী অনুষ্ঠিত কৰাহয়। অনুষ্ঠানত শতাধিক আম আদমী পাৰ্টিৰ কাৰ্য্যকৰ্তা সকলে অংশ গ্ৰহন কৰে। তেওঁলোকে বিভিন্ন গাঁও পঞ্চায়তত গৈ বিশিষ্ট।ব্যক্তিৰ লগত আলোচনা কৰে আমআদমীৰ ৰাজ্যিক নেতা মনোজ ধানোৱাৰে।
মৰাণত আপৰ ৰাজ্যিক নেতা মনোজ ধানোৱাৰৰ নেতৃত্বত গাঁৱলৈ যাত্ৰা" শীৰ্ষক কাৰ্য্যসূচীত শতাধিক লোকৰ অংশ গ্ৰহন।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2023/12/nerity_9721ec62baa26246bd77ca08c90975de.jpg)