ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ডিমাকুছি ষ্টেডিয়ামত মংগলবাৰৰ পৰা আৰম্ভ হয় বডোলেণ্ড গেলেন্ট গ’ল্ড কাপ ফুটবলৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতিযোগিতাখন।ডিমাকুছি আঞ্চলিক বড়ো ছাত্ৰ সন্থা আৰু ডিমাকুছি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১২টাকৈ ফুটবল দলে অংশগ্ৰহণ কৰে।এক আৰম্বড় পুৰ্নভাৱে আয়োজন কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে অসম ফুটবল সন্হাৰ সভাপতি তথা বিধায়ক নৱ দলে। চিৰাং দুৱাৰ এফ চি আৰু কালিংপিং জৰ্জিয়ান এফ চিৰ মাজত অনুষ্ঠিত উদ্বোধনী খেল খনত চিৰাং দুৱাপ এফ চিয়ে কালিং পিং জৰ্জিয়ান এফ চিক ২-০ গলৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কুৰ্বানিৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ
জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকলৈ জৰুৰী নিৰ্দেশ
কুৰ্বানিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। সেই মৰ্মে কুৰ্বানি বন্ধ কৰাৰ বাবে দিছপুৰে...
বনগাঁৱ শঙ্কৰদেৱ নিকেটন ১০০০ পতাকা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক ভুৱন গামৰ মন্তব্য
বনগাঁৱ শঙ্কৰদেৱ নিকেটন ১০০০ পতাকা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক ভুৱন গামৰ মন্তব্য
আজি বিশ্ব হস্তী দিৱস: হস্তী সংৰক্ষণবিদ সকলক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
নতুন দিল্লী, ১২ আগষ্ট। আজি বিশ্ব হস্তী দিৱস। সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...
સુરત શહેરમાં વધુ એક હીરા વેપારી લૂંટાયો: કાપોદ્રામાં હીરા કારખાના માંથી વેપારીને લૂંટી લેવાયો,
સુરત શહેરમાં વધુ એક હીરા વેપારી લૂંટાયો: કાપોદ્રામાં હીરા કારખાના માંથી વેપારીને લૂંટી લેવાયો,...