ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ডিমাকুছি ষ্টেডিয়ামত মংগলবাৰৰ পৰা আৰম্ভ হয় বডোলেণ্ড গেলেন্ট গ’ল্ড কাপ ফুটবলৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতিযোগিতাখন।ডিমাকুছি আঞ্চলিক বড়ো ছাত্ৰ সন্থা আৰু ডিমাকুছি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১২টাকৈ ফুটবল দলে অংশগ্ৰহণ কৰে।এক আৰম্বড় পুৰ্নভাৱে আয়োজন কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে অসম ফুটবল সন্হাৰ সভাপতি তথা বিধায়ক নৱ দলে। চিৰাং দুৱাৰ এফ চি আৰু কালিংপিং জৰ্জিয়ান এফ চিৰ মাজত অনুষ্ঠিত উদ্বোধনী খেল খনত চিৰাং দুৱাপ এফ চিয়ে কালিং পিং জৰ্জিয়ান এফ চিক ২-০ গলৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સંસ્કાર ગુર્જરી દ્વારા સબજેલના બંદીવાનોને રાખડી બાંધી સારા નાગરિક બનવા અપીલ કરવામાં આવી
હિંમતનગર આવેલ સબ જેલમાં સંસ્કાર ગુર્જરી ટ્રસ્ટ દ્વારા રક્ષાબંધનનો પર્વ ઉજવવામાં આવ્યો.૩૦૦ જેટલા...
'इजरायल को चुकानी होगी भारी कीमत', ईरान ने हमास चीफ इस्माइल हानिया की हत्या पर दे डाली धमकी
हमास चीफ इस्माइल हानिया की आज एयरस्ट्राइक हमले में मौत हो गई। ईरान की राजधानी तेहरान में उसके...
Mahindra BE 6e Vs Tata Curvv EV: बैटरी, मोटर और कीमत के मामले में किसे खरीदना होगा बेहतर
Mahindra की ओर से भारतीय बाजार में BE 6e कूप एसयूवी को लॉन्च किया गया है। बाजार में इसका...
Five States Assembly Election Date: Rajasthan चुनाव में कौन होगा Congress का सीएम फेस? | Latest News
Five States Assembly Election Date: Rajasthan चुनाव में कौन होगा Congress का सीएम फेस? | Latest News
জোনাইৰ চিগা কৃষ্ঠি বিকাশ কেন্দ্রত ৰাসলীলা উৎযাপনৰ ব্যাপক প্ৰস্তুতি
জোনাইৰ চিগা কৃষ্ঠি বিকাশ কেন্দ্রত ৰাসলীলা উৎযাপনৰ ব্যাপক প্ৰস্তুতি