সময়ে কব কোন সিংহ কোন শিঁয়াল লুৰিণজ্যােতি গগৈ

সময়ে সত্য আৰু সততাৰ ইতিহাস ৰচিব।                                     ৰাজ্যিক বিজেপি ৰ সভাপতি ভবেশ  কলিতাক এনে দৰে প্ৰত্যুত্তৰ প্ৰদান কৰে অসম জাতীয় পৰিষদ ৰ সভাপতি লুৰিণজ্যােতি গগৈয়ে।