দুই নেতাৰ ফেচবুক বিতৰ্কক লৈ ছয়গাঁও আৰক্ষী থানাত উপস্থিত দুলু আহমেদ ।
একালৰ দুই সতীৰ্থ কংগ্ৰেছ নেতাৃ আৰু বৰ্তমানৰ অজাপৰ উপ-সভাপতি দুলু আহমেদ আৰু ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ কথাৰ কতা-কতি আৰু ফেচবুকৰ বাকযুদ্ধই পালে আৰক্ষী থানাৰৃ মজিয়া।
বিধায়ক ৰেকিবুদ্দিন আহমেদৰৃ এজাহাৰৰ পিছতে আজি ছয়গাঁও আৰক্ষী থানাত হাজিৰ হ'ল অজাপৰ নেতা দুলু আহমেদ।