ৰহাৰ দিঘলদৰী নিবাসী বিশিষ্ট সমাজকৰ্মী, অৱসৰ প্ৰাপ্ত শিক্ষক, কলা সংস্কৃতিৰ সাধক,যোগ শিক্ষক, শিল্পী সুৰেন্দ্ৰ কুমাৰ নাথৰ দ্বাৰা কলা সংস্কৃতি ৰ লগতে বিভিন্ন ক্ষেত্ৰত দি অহা অবদানৰ বাবে সোমবাৰে ৰিপাব্লিক এন ই প্ৰথম বৰ্ষপূৰ্তী অনুষ্ঠানত নীৰৱ সাধক সন্মান ২০২৫প্ৰদান কৰা হয়।

     শিল্পী সুৰেন্দ্ৰ কুমাৰ নাথ ক এখন ফুলাম গামোচা,প্ৰশস্তি পত্ৰ,মোমেন্টো ,গ্ৰন্থ প্ৰদান কৰি নীৰৱ সাধক সন্মান ২০২৫ৰে সন্মানিত কৰা হয়।