আকৌ জিয়াঢল নদীৰ ভয়াবহ বানৰ তাণ্ডৱত ভোগাৰ পথ প্ৰখস্ত হৈছে ঘিলামৰাবাসীৰ।খৰস্ৰোতা নদীখনৰ শিহৰণকাৰি বানৰ ধলে কুমুটিয়াৰ নদীৰে প্ৰবাহিত হৈ ঘিলামৰা বিস্তীনৰ এলেকা দেওবাৰে জলমগ্ন কৰি তুলিছে।পুৱাৰে পৰা ক্ৰমবধিত বানে সোৱণশিৰী ৰাজহ চক্ৰৰ খেতি পথাৰ বিস্তীনৰ এলেকা জলমগ্ন কৰাৰ পৰৱৰ্তী সময়ত গোগামুখ ঘিলামৰা হৈ ঢকুৱাখনা ৰ মাজুলী সংযোগী ৰাজ্যিক ঘাইপথ ডুবাই পেলাইছে।দেওবাৰে বিয়লি 1বজাত গোগামুখ ঘিলামৰা সংযোগী 22নং ৰাজ্যিক ঘাইপথৰ চাম পৰা অংশৰ ওপৰেৰে বানৰ ঢল প্ৰবাহিত হৈ ভয়াবহ সংকেত মাতি আনিছে।বৰ্ধিত জল ধাৰাই এই পথ চোৱা চাম পৰা কজৱে অংশও বানত ডুবাই পেলোৱাৰ পৰিলক্ষিত হৈছে।লোকনিৰ্মান বিভাগে এই ক্ষেত্ৰত সতকৰ্তা মূলক ব্যৱস্থা গ্ৰহণৰ তৎপৰতা কৰা দেখা গৈছে।চলিত বাৰিষা কালৰ ভিতৰত জিয়াঢল নদীখনৰ সৰ্বোচ্চ জলৰাখিৰে সৃষ্ট এই বান ঘাইপথৰ ওপৰেৰে প্ৰবাহিত হৈ দক্ষিণ ঘিলামৰা ,বেংকেলেং আদি বিভিন্ন গ্রাম্যঞ্চলত তাণ্ডৱ সৃষ্টি কৰাতো নিশ্চিত হোৱাত গঞা ৰাইজৰ মাজত হাহাকাৰ লাগিছে।ইপিনে জিয়াঢল দলংৰ ওপৰেৰে যান বাহন চলাচল বন্ধ কৰি দিয়াত বৰদলনি গোহাঁই চাপৰি হৈ ঘিলামৰা তিনিয়ালি ৰে গোগামুখ লৈ যোৱাৰ বাবে যান বাহন সমূহ আগমন ঘটিছে।কিন্ত ঘিলামৰাৰ বানাক্ৰান্ত ৰাইজে পোহনীয়া পশুকুলৰ নিৰাপদ স্থান বিচাৰি এই 22নং ৰাজ্যিক ঘাই পথৰ দাঁতিত ৰখাৰ বাবে সুচল যাতায়ত সম্ভৱ হোৱা নাই।নিশালৈ এনে অৱস্থা অব্যাহত থাকিলে এই পথটো বিছিন্ন হোৱাৰ সম্ভাৱনা অধিক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
OnePlus Nord CE 3 5G को Snapdragon 782G, 12GB RAM, 5000mAh बनाते हैं खास, 4 अगस्त से बिक्री के लिए उपलब्ध
Oneplus ने हाल ही अपने नए स्मार्टफोन OnePlus Nord CE 3 5G को लॉन्च किया था जो अब पहली सेल पर जा...
ખંભાત શહેર કોંગ્રેસ લઘુમતી સેલના હોદ્દેદારોની નિમણુંક કરાઈ.
ખંભાત શહેર કોંગ્રેસ લઘુમતી સેલના હોદ્દેદારોની નિમણુંક કરાઈ છે.જિલ્લા લઘુમતી સેલના ચેરમેન યુનુસભાઈ...
নুমলীগড়ৰ দৈগ্ৰোঙত দৈগ্ৰোং শাখা সাহিত্য সভাৰ উদ্যোগত "অসমীয়া গল্পালোচনা" শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়
নুমলীগড়ৰ দৈগ্ৰোঙত দৈগ্ৰোং শাখা সাহিত্য সভাৰ উদ্যোগত "অসমীয়া গল্পালোচনা" শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত...
Manipur Issue: मणिपुर मामले पर संसद में हो उचित तरीके से चर्चा, पीयूष गोयल ने विपक्षी सांसदों से की अपील
नई दिल्ली, संसद के दोनों सदनों में मणिपुर मामले को लेकर लगातार गतिरोध जारी है। वहीं, लोकसभा...