শিৱসাগৰ ৰংপুৰ জ্যোতি ক্লাব প্ৰেক্ষাগৃহত সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি কল্যাশ গুপ্তাৰ উপস্থিতিত অনুষ্ঠিত এখনি জৰুৰী সভাত সদৌ অসম ভোজপুৰী পৰিষদৰ শিৱসাগৰ নগৰ সমিতিখন নতুনকৈ গঠন কৰা হয়। উল্লেখ্য যে, সদৌ অসম ভোজপুৰী পৰিষদৰ সংবিধান অনুসৰি প্ৰতি তিনিবছৰৰ অন্তৰে অন্তৰে পুৰণি সমিতি ভঙ্গ কৰি নতুন সমিতি গঠন কৰিব লাগে যদিও বিশেষ কাৰণত শিৱসাগৰ জিলা সমিতিৰ ম্যাদ উকলি যোৱাৰ পিছতো নতুন সমিতি গঠন কৰা হোৱা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত পুৰণি জিলা সমিতিখন ভঙ্গ কৰি শিৱসাগৰ নগৰ সমিতি গঠন কৰা হয়। ইয়াৰ পিছতে নগৰ সমিতিৰ উদ্যোগত জিলা বিভিন্ন প্ৰান্তৰ আঞ্চলিক সমুহ গঠন কৰি সকলোৰে সহযোগত এখন পূৰ্ণাঙ্গ জিলা সমিতি গঠন কৰাৰ দায়িত্ব নগৰ সমিতিক অৰ্পণ কৰা হয়। শিৱসাগৰ নগৰ সমিতি গঠন কৰা উক্ত জৰুৰী সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ লগত সংগঠনৰ সচিব ত্ৰিলোক গুপ্তা, অবিনাশ শ্বাহ, অনিল গুপ্তা, বিতু গুপ্তা আৰু পিন্তূ পাথক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पाचन दुरुस्त और वजन कंट्रोल करने में मददगार है धनिया के बीज का पानी, ऐसे करें तैयार
धनिया के बीज या जिसे सूखी धनिया भी कहते हैं, एक ऐसा अहम मसाला है, जो हर भारतीय किचन और लगभग...
રાજકોટમાં સ્ટંટનો વધુ એક વીડિયો વાયરલ
રાજકોટમાં સ્ટંટનો વધુ એક વીડિયો વાયરલ
INDIAN ARMY BUILDS INFRASTRUCTURE IN SCHOOLS OF TIPONG (TINSUKIA), ASSAM
Troops of Joypur Battalion under the aegis of Spear Corps organised an event in...
ৰহা ডুগডুগী ট্ৰাষ্ট উদ্বোধন, ৩৩গৰাকী জ্যেষ্ঠ নাগৰিক সহ ৫গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক সম্বৰ্ধনা।
ডুগডুগী স্বতাধিকাৰী উৎপল বনিয়া ৰ কবিতা পুথি "এদিন ইন্দ্ৰ হম"উন্মোচন।
ৰহাত আজি ডুগডুগী ট্ৰাষ্ট ৰ উদ্বোধন কৰাৰ লগতে ৩৩গৰাকী জ্যেষ্ঠ নাগৰিক সহ ৫গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী...
उदयपुर में आदिवासी समाज ने भरी हुंकार ‘‘हम हिंदू हैं, न कटेंगे - न बंटेंगे‘‘- मदन राठौड
उदयपुर में आदिवासी समाज ने भरी हुंकार ‘‘हम हिंदू हैं, न कटेंगे - न...