শিৱসাগৰ ৰংপুৰ জ্যোতি ক্লাব প্ৰেক্ষাগৃহত সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি কল্যাশ গুপ্তাৰ উপস্থিতিত অনুষ্ঠিত এখনি জৰুৰী সভাত সদৌ অসম ভোজপুৰী পৰিষদৰ শিৱসাগৰ নগৰ সমিতিখন নতুনকৈ গঠন কৰা হয়। উল্লেখ্য যে, সদৌ অসম ভোজপুৰী পৰিষদৰ সংবিধান অনুসৰি প্ৰতি তিনিবছৰৰ অন্তৰে অন্তৰে পুৰণি সমিতি ভঙ্গ কৰি নতুন সমিতি গঠন কৰিব লাগে যদিও বিশেষ কাৰণত শিৱসাগৰ জিলা সমিতিৰ ম্যাদ উকলি যোৱাৰ পিছতো নতুন সমিতি গঠন কৰা হোৱা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত পুৰণি জিলা সমিতিখন ভঙ্গ কৰি শিৱসাগৰ নগৰ সমিতি গঠন কৰা হয়। ইয়াৰ পিছতে নগৰ সমিতিৰ উদ্যোগত জিলা বিভিন্ন প্ৰান্তৰ আঞ্চলিক সমুহ গঠন কৰি সকলোৰে সহযোগত এখন পূৰ্ণাঙ্গ জিলা সমিতি গঠন কৰাৰ দায়িত্ব নগৰ সমিতিক অৰ্পণ কৰা হয়। শিৱসাগৰ নগৰ সমিতি গঠন কৰা উক্ত জৰুৰী সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ লগত সংগঠনৰ সচিব ত্ৰিলোক গুপ্তা, অবিনাশ শ্বাহ, অনিল গুপ্তা, বিতু গুপ্তা আৰু পিন্তূ পাথক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બુકફેર નું લોકાર્પણ
*મુખ્યમંત્રી ભૂપેન્દ્ર પટેલે નેશનલ બુકફેરનું લોકાર્પણ કર્યું*
વાચક રસિકોમાં અનેરો ઉત્સાહ...
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰাণত আটাছুৰ বাইক ৰেলী
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি মৰাণত টাই আহোম...
BJP preparing to use orange e-bike in election campaigning | Tv9GujaratiNews
BJP preparing to use orange e-bike in election campaigning | Tv9GujaratiNews
কিদৰে চলিছে 2nd APBN অসম আৰক্ষীৰ প্ৰশিক্ষণ ? চাওক ভিডিঅ' ...
কিদৰে চলিছে 2nd APBN অসম আৰক্ষীৰ প্ৰশিক্ষণ ? চাওক ভিডিঅ' ...
राष्ट्रीय सफाई कर्मचारी आयोग की उपाध्यक्ष ने ली बैठक*
सफाई कर्मचारियों की स्वास्थ्य जांच हो, उन्हें आईडी कार्ड दिए जाएं*
कोटा, 15 जनवरी। राष्ट्रीय सफाई...