বিশ্বজিত ফুকন
এই কণমানি জনীৰ এটা চকুৰ ৯০% দৃষ্টিশক্তি হেৰাই গৈছে। হয়তো ভালদৰে চিকিৎসা কৰিলে ভাল হয় উঠিব।উন্নত চিকিৎসাৰ বাবে গুৱাহাটী শংকৰ নেত্ৰালয়লৈ যাবলৈ আজি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে ১০ হাজাৰ টকাৰ এখন চেক কণমানি জনীৰ মাতৃ কল্পনা গগৈৰ হাতত অৰ্পণ কৰে


