মৰিগাঁৱৰ গুৰুত্বপুৰ্ণ সমস্যা সমাধানৰ দাবীত জাতীয়তাবাদী যুব ছাত্র পৰিষদৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা গঠনৰ বহু বছৰ পিছতো স্বাস্থ্য, শিক্ষা, যাতায়ত, বানপানী আৰু গৰাখহনীয়াই জুৰুলা কৰা জিলাখনৰ সমস্যা সমূহ উপায়ুক্তক পৰিকল্পিতভাৱে সমাধানৰ আহ্বান জনায় জাতীয়তাবাদী যুব ছাত্র পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়াই।
মৰিগাঁৱৰ গুৰুত্বপুৰ্ণ সমস্যা সমাধানৰ দাবীত জাতীয়তাবাদী যুব ছাত্র পৰিষদৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান
![](https://i.ytimg.com/vi/nuGwZcpUdfA/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)