দেঝমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা হয়। সেই উপলক্ষে মঙ্গলবাৰে দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মুকুল শৰ্মাৰ সঞ্চালনাত বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । বৃহত্তৰ দেওমৰনৈ অঞ্চলৰ শতাধিক ৰাইজ, অভিভাৱক - অভিভাৱিকা তথা শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী উপস্থিত থকা সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে পৰমেশ মহন্ত আৰু বনদেৱ শৰ্মাৰ নামৰ লগতে উপ-সভাপতি হিচাপে আইজুদ্দিন আহমেদ আৰু মনোজ কুমাৰ শৰ্মাৰ নাম প্ৰস্তাৱ কৰি পেনেল প্ৰস্তুত কৰে। আনহাতে শিক্ষা বিভাগৰ গাইডলাইন অনুসৰি অন্যান্য বিষয়বাব সমূহ আজিৰ সভাতেই পূৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फेस्टिव सीजन से पहले आ सकती हैं पांच बेहतरीन गाड़ियां, Maruti से लेकर Aston Martin तक हैं शामिल
भारत में जल्द ही फेस्टिव सीजन की शुरुआत होने जा रही है। इसके लिए ऑटोमोबाइल जगत ने भी तैयारी...
Corona का कहर, भारत समेत इन देशों ने China से आने वाले लोगों पर लगाए ये प्रतिबंध
जीरो कोविड नियम हटाए जाने के बाद चीन में एक बार फिर कोरोना संक्रमण (Corona Virus) तेजी फैल रहा...
Vivo S18 series की लॉन्चिंग डेट से हटा पर्दा, दिसंबर में होने जा रही तीन नए स्मार्टफोन की मार्केट में एंट्री
वीवो अपने यूजर्स के लिए Vivo S18 series में नए स्मार्टफोन लॉन्च करने जा रहा है। इसी कड़ी में Vivo...
DEESA/ડીસા ધરણાં પર બેઠેલા આંગણવાડી કાર્યકર બહેનો દ્વારા નાયબ કલેક્ટર ને આવેદન પત્ર પાઠવ્યું..
DEESA/ડીસા ધરણાં પર બેઠેલા આંગણવાડી કાર્યકર બહેનો દ્વારા નાયબ કલેક્ટર ને આવેદન પત્ર પાઠવ્યું..