মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰভাৱে অভিযানচলোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণতো চলিছে। ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে এই অভিজান। ডিব্ৰুগড় জিলা মৰাণ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ৫ গ্ৰাম ড্ৰাগছ চিৰিঞ্জ সহ AS04 D 6858 নম্বৰৰ মাৰুতি জেন জব্দ কৰাৰ লগতে দজন যুৱকক আটক কৰি জেললৈ প্ৰেৰন কৰিছে। যুৱক দুগৰাকীৰ নাম আদিতূ ফুকন আৰু শঙ্কু গগৈ। দুইজনকে সোধ-পোচ কৰি জেললৈ প্ৰেৰন কৰিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
By Election 2024: लोकसभा चुनाव के बाद पहला चुनावी टेस्ट, 7 राज्यों में हुए उपचुनाव के नतीजे आज
By Election 2024: लोकसभा चुनाव के बाद पहला चुनावी टेस्ट, 7 राज्यों में हुए उपचुनाव के नतीजे आज
গোৰেশ্বৰৰ N's Dream Academyৰ নৱাগত আদৰণি সভা
গোৰেশ্বৰৰ N's Dream Academyৰ নৱাগত আদৰণি সভা
લુણાવાડા બસ સ્ટેશન ખાતે થી પોલીસને અજાણ્યુ બાળક મળી આવ્યુ
લુણાવાડા પોલીસ સ્ટેશન ખાતે થી પોલીસને અજાણ્યુ બાઈક મળી આવ્યુ હતુ.જ્યારે બસ સ્ટેશન ખાતેથી બાળક મળી...
নলবাৰীৰ বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাত আছু,এ জে ওৱাই চি পিৰ বৃহৎ জয়
নলবাৰীৰ বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু আৰু অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ...