গোলাঘাটত জিলা ধঁপাত নিয়ন্ত্ৰণ কেন্দ্ৰ, গোলাঘাটৰ উদ্যোগত আইন বলৱৎকাৰী সকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়। গোলাঘাট নগৰৰ অলংকাৰ বিবাহ ভৱনত অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব জ্যোতিস্মিতা শৰ্মাই। গোলাঘাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা নডেল বিষয়া ডাঃ সুনিতা এক্কাই উদ্দেশ্যব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত গোলাঘাট শিশু কল্যাণ সমিতিৰ অধ্যক্ষা ড০ লুকুমণি গোস্বামী, বিশিষ্ট শিক্ষাবিদ দীনেশ গগৈ, বিশিষ্ট চিকিৎসক ডাঃ ৰঞ্জিত হাজৰিকা, বিশিষ্ট পৰিৱেশকৰ্মী তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, সমাজসেৱিকা অপৰাজিতা বৰুৱা উপস্থিত থাকে।
আজিৰ এই অনুষ্ঠানত অনুষ্ঠানত আৰক্ষী বিষয়া, এনজিঅ’সমূহৰ বিষয়বীয়ায়া, বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধানসকল, এনচিচিৰ কেডেট, স্বাস্থ্যকৰ্মী সকলে অংশ লয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণৰ চেপনত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা।নিজ ঘৰৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰিলে পতি পত্মীয়ে।
ডিব্ৰুগড় জিলাৰ মৰাণৰ চেপনত আজি সংঘটিত হ'ল চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। ঘৰৰ ভিতৰত একেদাল ৰচীৰে চিপ...
ડીસામાં ભારે પવનના કારણે જીવંત વીજ વાયર તૂટી પડતાં વ્યકિતનું મોત
ડીસામાં ગુરૂવારે બપોરે ભારે પવનના કારણે રામનગરમાં વીજળીનો જીવંત વાયર તૂટી આઇસ્ક્રીમની લારી લઇ...
हरियाणा के गैंगस्टर्स का खेल खुला । Nafe Singh Rathi Murder की असली कहानी । LT Show
हरियाणा के गैंगस्टर्स का खेल खुला । Nafe Singh Rathi Murder की असली कहानी । LT Show
40 वर्षीय महिला ने किया चूहा मार दवा का सेवन
पन्ना।
मामूली विवाद के चलते 40 वर्षीय महिला ने किया चूहा मार दवा का सेवन।
हालत नाजुक...