লক্ষীমপুৰ জিলাৰ ঘুনাসুতিত নিৰ্মাণ হব পানৈ -জংকী ক্ষেত্ৰ । ঐতিহাসিক এই ঘুনাসুতিত দেওবাৰৰ পৰা আৰম্ভ হৈছে এই প্ৰকল্পৰ । প্ৰয়াত মনিবৰ মিলিৰ স্মৃতিত তেখেতৰ পাঁচপুত্ৰ ধৰ্মানন্দ মিলি, দেবানন্দ মিলি, নিত্যা মিলি, ডিম্ব মিলি আৰু ডম্বৰুধৰ মিলিয়ে এই প্ৰকল্পৰ বাবে আগবঢ়াইছে 2 বিঘা মাতি । দেওবাৰে এই প্ৰকল্পৰ ফলক আনুষ্ঠানিক ভাবে উদ্বোধন কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথে। এই প্ৰকল্পত সংলগ্ন হৈ থাকিব মিচিং জনগোষ্ঠীয় পৰম্পৰাগত ঘৰ, পানৈ -জংকীৰ প্ৰতিমূৰ্তি, শিশু উদ্যান, যাদুঘৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নলবাৰী বৰাজোলত নিশা ভয়ংকৰ অগ্নিকাণ্ড
নলবাৰী জিলাৰ বৰাজোল বজাৰ চ’কত ৰবিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডই এখন চাহদোকানৰ লগতে কেইবাখনো...
Delhi Baby Care Centre Fire: बेबी केयर सेंटर में कैसे लगी आग? जानिए इनसाइड स्टोरी | Aaj Tak
Delhi Baby Care Centre Fire: बेबी केयर सेंटर में कैसे लगी आग? जानिए इनसाइड स्टोरी | Aaj Tak
दलगाँव पुलिस के अभियान में तीन गांजा तस्कर गिरफ्तार : गांजा बरामद
दलगाँव पुलिस के अभियान में तीन गांजा तस्कर गिरफ्तार : गांजा बरामद
दरंग ज़िले के दलगाँव...
DIYODAR: નવરાત્રી જેવો માહોલ દિયોદર આર્ટસ કોલેજમાં જામ્યો.....*
DIYODAR: નવરાત્રી જેવો માહોલ દિયોદર આર્ટસ કોલેજમાં જામ્યો.....*
শিৱসাগৰত নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেৰ মহাপ্ৰবন্ধকক "বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাব"ৰ স্মাৰকপত্ৰ
শিৱসাগৰ জিলা ভ্ৰমণলৈ অহা নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেৰ মহাপ্ৰবন্ধকক আজি শিৱসাগৰৰ ঐতিহাসিক...