লক্ষীমপুৰ জিলাৰ ঘুনাসুতিত নিৰ্মাণ হব পানৈ -জংকী ক্ষেত্ৰ । ঐতিহাসিক এই ঘুনাসুতিত দেওবাৰৰ পৰা আৰম্ভ হৈছে এই প্ৰকল্পৰ । প্ৰয়াত মনিবৰ মিলিৰ স্মৃতিত তেখেতৰ পাঁচপুত্ৰ ধৰ্মানন্দ মিলি, দেবানন্দ মিলি, নিত্যা মিলি, ডিম্ব মিলি আৰু ডম্বৰুধৰ মিলিয়ে এই প্ৰকল্পৰ বাবে আগবঢ়াইছে 2 বিঘা মাতি । দেওবাৰে এই প্ৰকল্পৰ ফলক আনুষ্ঠানিক ভাবে উদ্বোধন কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথে। এই প্ৰকল্পত সংলগ্ন হৈ থাকিব মিচিং জনগোষ্ঠীয় পৰম্পৰাগত ঘৰ, পানৈ -জংকীৰ প্ৰতিমূৰ্তি, শিশু উদ্যান, যাদুঘৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा के बाद एसीबी का शिकंजा कसा सांगोद में नगर पालिका फायरमैन 4000 की रिश्वत लेते गिरफ्तार
कोटा के बाद एसीबी का शिकंजा कसा सांगोद में नगर पालिका में बड़ी कार्रवाई
बिल पास करने...
બામરોલી પ્રાથમિક શાળાના બાળકો એ તાલુકા પંચાયત કચેરી ની મુલાકાત લીધી
બામરોલી પ્રાથમિક શાળાના બાળકો એ તાલુકા પંચાયત કચેરી ની મુલાકાત લીધી
শুকুৰ আলীৰ বিয়া নহয় আঙুঠি পিন্ধোৱা পৰ্বহে৷ শুকুৰ আলীৰ বিয়াত অসমবাসীক দিব নিমন্ত্ৰণ৷ ছ’চিয়েল মিডিয়াত ঘোষণা শুকুৰ আলীৰ৷
শুকুৰ আলীৰ বিয়া নহয় আঙুঠি পিন্ধোৱা পৰ্বহে৷ শুকুৰ আলীৰ বিয়াত অসমবাসীক দিব নিমন্ত্ৰণ৷ ছ’চিয়েল...