সোণাৰিৰ শালকাঠনী চাহ বাগিচাত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক জেললৈ প্ৰেৰণ। সোমবাৰে হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আটকাধীন দুই অভিযুক্তক জেললৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে। সাপেখাতি আৰক্ষীয়ে নিশাই আটক কৰা পাছত আজি জেললৈ প্ৰেৰণ কৰিলে অভিযুক্ত শ্ৰমিক খগেন তাঁতী আৰু ৰমেশ তাঁতীক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বাগিচাখনত সন্ত্ৰাস চলায় অহা মংগলু তাঁতীক সোমবাৰে গণপ্ৰহাৰৰ ফলত মৃত্যু হৈছিল ঘটনাস্থলীতে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কন্যকা কৃষি পামত কৃষি প্ৰশিক্ষণৰ লগতে কৃষকৰ মাজত বীজ আৰু গছপুলি বিতঁৰণ বিধায়ক পদ্ম হাজৰিকাৰ
কন্যকা কৃষি পামত কৃষি প্ৰশিক্ষণৰ লগতে কৃষকৰ মাজত বীজ আৰু গছপুলি বিতঁৰণ বিধায়ক পদ্ম হাজৰিকাৰ
आज दिनांक23/12/2022 रोजी शहरी प्राथमिक आरोग्य केंद्र पाणी बेस येथे प्रधानमंत्री टीबी मुक्त भारत अभियान अंतर्गत जिल्हा क्षयरोग केंद्र जालना येथे क्षयरोग उपचार पथक राबविण्यात आले
आज दिनांक23/12/2022 रोजी शहरी प्राथमिक आरोग्य केंद्र पाणी बेस येथे प्रधानमंत्री टीबी मुक्त भारत...
কোনে কোনে লাভ কৰিলে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা
কোনে কোন পালে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা? শিক্ষক দিৱসৰ প্ৰাকমুহূৰ্তত তালিকা প্ৰকাশ শিক্ষা...
Nothing OS 2.5 Open Beta 1: नथिंग फोन (2) यूजर्स के लिए खुशखबरी! Android 14 बेस्ड अपडेट रोलआउट कर रही कंपनी
Nothing OS 2.5 Open Beta 1 Android 14 लेटेस्ट सॉफ्टवेयर को लेकर नथिंग की ओर से भी बड़ा अपडेट...