তিনিচুকীয়াত ক্ৰিষ্টেল ড্ৰপছ্ নামৰ এটা পানীৰ পেকেজিং কোম্পানীয়ে বিশুদ্ধ খোৱাপানীৰ নামত খোৱাইছে বৰবিহ
শেহতীয়াকৈ তিনিচুকীয়াৰ এজন গ্ৰাহকে কোম্পানীটোৰ বিক্ৰেতাৰ পৰা এটা 20 লিটাৰৰ খোৱা পানীৰ বটল ক্ৰয় কৰাৰ সময়তে পোহৰলৈ আহিছে এই কথা ।