শালকাঠনি চাহ বাগিচাৰ মংগলু তাঁতীক হত্যাৰ অভিযোগত আটকাধীন দুই লোকক মুকলিৰ দাবীত উত্তেজিত শ্ৰমিক। সোণাৰিৰ শালকাঠনি চাহ বাগিচাৰ মংগলু তাঁতীক হত্যাৰ অভিযোগত সাপেখাতী আৰক্ষীয়ে আটক কৰা বাগিচাখনৰ দুই শ্ৰমিক খগেন তাঁতী আৰু ৰমেশ তাঁতীক মুকলিৰ দাবী শ্ৰমিকৰ। শালকাঠনি চাহ বাগিচাৰ শ্ৰমিক সমৱেত হৈছে সাপেখাতি আৰক্ষী থানাৰ সন্মূখত। আটকাধীন লোক দুজনক মুকলি কৰি নিদিলে সকলোকে আটক কৰাৰ দাবী উত্তেজিত শ্ৰমিকৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi Meets Lalu Yadav: Congress नेता राहुल गांधी लालू यादव से घर जाकर मिले | Defamation case
Rahul Gandhi Meets Lalu Yadav: Congress नेता राहुल गांधी लालू यादव से घर जाकर मिले | Defamation case
TMC organised football tournament in Bajengdoba enters day two
TMC organised Independece football tournament in Bajengdoba enetered its 2nd day today.
The...
300 Year's Durga Puja || Sri Sri Ishwari Harhi Devalaya (Gosani Than) || Dhakuakhana
300 Year's Durga Puja || Sri Sri Ishwari Harhi Devalaya (Gosani Than) || Dhakuakhana
મેમણવાડા વિસ્તારમાં માતા-પિતા સાથે માથાકૂટ કરનાર નશાખોરની ધરપકડ કરાય
મેમણવાડા વિસ્તારમાં માતા-પિતા સાથે માથાકૂટ કરનાર નશાખોરની ધરપકડ કરાય
মৰাণত বিদ্যুত বিভাগৰ কাম কৰা ঠিকাদাৰ প্ৰতিস্থানৰ কাম লৈ ক্ষোভ প্ৰকাশ আহোম গণমঞ্চৰ সম্পাদক অকণ ভূঞা
মৰাণত বিদ্যুত বিভাগৰ কাম কৰা ঠিকাদাৰ প্ৰতিস্থানৰ কাম লৈ ক্ষোভ প্ৰকাশ আহোম গণমঞ্চৰ সম্পাদক অকণ ভূঞা