শালকাঠনি চাহ বাগিচাৰ মংগলু তাঁতীক হত্যাৰ অভিযোগত আটকাধীন দুই লোকক মুকলিৰ দাবীত উত্তেজিত শ্ৰমিক। সোণাৰিৰ শালকাঠনি চাহ বাগিচাৰ মংগলু তাঁতীক হত্যাৰ অভিযোগত সাপেখাতী আৰক্ষীয়ে আটক কৰা বাগিচাখনৰ দুই শ্ৰমিক খগেন তাঁতী আৰু ৰমেশ তাঁতীক মুকলিৰ দাবী শ্ৰমিকৰ। শালকাঠনি চাহ বাগিচাৰ শ্ৰমিক সমৱেত হৈছে সাপেখাতি আৰক্ষী থানাৰ সন্মূখত। আটকাধীন লোক দুজনক মুকলি কৰি নিদিলে সকলোকে আটক কৰাৰ দাবী উত্তেজিত শ্ৰমিকৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
12 घंटे में 2 मगरमच्छों का रेस्क्यू,खाली प्लॉट में 4 फीट लंबा मगरमच्छ
कोटा में बारिश के बाद मगरमच्छ निकलने की घटनाएं बढ़ती जा रही है,,फारेस्ट विभाग की टीम ने 12 घंटे...
Mumbai Rain News: बारिश से तर-बतर हुई मुंबई, रद्द हुई ट्रेनें, बसें डायवर्ट, स्कूलों में छुट्टी
Mumbai Rain News: बारिश से तर-बतर हुई मुंबई, रद्द हुई ट्रेनें, बसें डायवर्ट, स्कूलों में छुट्टी
રેતી ભરેલ વાહન ચાલકે બાળકી ને અડફેટે લેતા લોકોએ હંગામો મચાવ્યો
*બ્રેકિંગ ન્યુઝ*
ડીસા તાલુકાના વાસણા ગામે સર્જાયો અકસ્માત
રેતી ભરેલ ટ્રેઇલર...