মাজুলীৰ ছাত্ৰৰ সফলতা

কোনো কোচিং নোহোৱাকৈ নিজাকৈ অধ্যয়ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ NEET পৰীক্ষাত ALL INIDIA RANK ARU ST ২০০১ RANK লাভ কৰি সত্ৰ নগৰী মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ দিন হাজিৰা কৰা চূমৈমাৰী গাৱঁৰ পবিত্ৰ পেগু আৰু দীপালি পেগুৰ পুত্ৰ ত্ৰিণয়ন পেগুৱে সৰ্বভাৰতীয় পৰীক্ষাত উত্তৰ্ণ হৈ গৌৰব কঢ়িয়া আনিছে । ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন ত্ৰিণয়নৰ । বৰ্তমান অভাৱ অৰ্থৰ অভাৱত থকা পৰিয়ালটোৱে চৰকাৰলৈ সহায়ৰ আহ্বন জনাইছে মাতৃয়ে। 

সত্ৰ নগৰী মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে 

শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই মাজুলীৰ ছাত্ৰ ছাত্ৰী। ২০২২ বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা NEET পৰীক্ষাত মাজুলীৰ চুমৈমাৰী মেধাবী ছাত্ৰ ত্ৰিণয়ন