মৰিগাঁৱৰ বাচনাঘাটত পথ দুৰ্ঘটনা। মৰিগাঁও অভিমুখী AS 25 DC 0742 নম্বৰৰ হুণ্ডাই ইয়নে জাগীৰোড অভিমুখী AS 21 G 8331গ্লেমাৰ মটৰ চাইকেলখনত খুন্দিওৱাৰ ফলত মটৰচাইকেল খনৰ আৰোহী ১নং গাগলমাৰীৰ হাবেছ আলী গুৰুতৰভাবে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। লগতে কৰফুলী খাতুন নামৰ আহত মহিলা গৰাকীক মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াত ফটো সম্বলিত ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰৰ সংযোজন।
নতুন ব্যৱহাৰ-অনুকূল ভোটাৰ পঞ্জীয়ন প্ৰপত্ৰ তথা বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৩ ৰ আনুষ্ঠানিক উন্মোচন কাৰ্যসূচী।
তিনিচুকীয়া নিৰ্বাচনী জিলাৰ ফটো-সম্বলিত ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰৰ সংযোজন, নতুন ব্যৱহাৰ-অনুকূল...
बेहद मामूली अंतर से जीती बीजेपी जयपुर ग्रामीण सीट,लेकिन अब कांग्रेस प्रत्याशी लगा रहे ये आरोप !
जयपुर ग्रामीण सीट पर लोकसभा चुनाव 2024 के नतीजे सामने आ गए हैं. इस सीट पर बीजेपी के राव राजेंद्र...
ભોગ બનનાર ની ઉમર નો પુરાવો ન હોય અને ફરિયાદ પક્ષ પોતાનો કેસ નિઃશંકપણે પુરવાર કરી ન શકતા વરણામા પોલીસ સ્ટેશનના પોક્સોના આરોપીને નિર્દોષ ઠરાવી છોડી મુકાયો.
વડોદરાના વરણામા પોલીસ મથકે વર્ષ ૨૦૨૩ મા નોંધાયેલ ફરિયાદ મુજબ રતનપુર નવીનગરી જી વડોદરા ખાતે રહેતા...